• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মল্লযুদ্ধ বিশ্বকাপত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন অংশু মালিকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2020 2:24 pm
636
VIEWS
Share on FacebookShare on Twitter

বেলগ্ৰেডত অনুষ্ঠিত মল্লযুদ্ধ বিশ্বকাপত ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰিছে অংশু মালিকে।

প্ৰতিযোগিতাখনৰ ৫৭ কিলোগ্ৰাম বৰ্গত অংশ লোৱা মালিকে ৰূপৰ পদক জয়ী হৈ এই কৃতিত্বৰ অধিকাৰী হয়।

মালিক ফাইনেলত মলডোভাৰ অনাতাছিয়া নিকিতাৰ হাতত ৫-১ৰ ব্যৱধানত পৰাস্ত হয়।

১৯ বছৰীয়া অংশুৱে জুনিয়ৰ আৰু চাব-জুনিয়ৰ পৰ্যায়তো নিজৰ প্ৰতিভাৰ চমক দি থৈছে।

১২ ডিচেম্বৰৰ পৰা চাৰ্বিয়াৰ বেলগ্ৰাডত চলি থকা ব্যক্তিগত স্পৰ্দ্ধাৰ বিশ্বকাপৰ কোৱালিফায়িং ৰাউণ্ডৰ প্ৰথমখন মেচত অংশু মালিকে আজাৰবাইজানৰ এলোনা কোলেনিছৰ বিৰুদ্ধে খেলিছিল।

অংশুৱে এলোনাক ৪-২ ব্যৱধানত পৰাস্ত কৰিছিল।

কোৱাৰ্টাৰ ফাইনেলত অংশুৱে জাৰ্মানীৰ লোৰা মৰ্টেণ্টক ৩-১ৰ ব্যৱধানত পৰাস্ত কৰে।

ইফালে ছেমিত ৰাছিয়াৰ ৱেৰোনিকা চুমিকোৱাক ৭-৪ ব্যৱধানত পৰাস্ত কৰি অংশুৱে ফাইনেলত প্ৰৱেশ কৰে।

অংশুৱে ৰোমত অনুষ্ঠিত ৱৰ্ল্ড ৰেংকিং ছিৰিজ ৰেছলিং চেম্পিয়নশ্বিপ আৰু এছিয়া চেম্পিয়নশ্বিপতো ৰূপৰ পদক জয়ী হৈছিল।

আনহাতে জুনিয়ৰ এছিয়া চেম্পিয়নশ্বিপত অংশুৱে সোণৰ পদক অৰ্জন কৰিছিল।

উল্লেখ্য যে, ক’ৰ’নাৰ ফলত বিশ্বৰ ক্ৰীড়াক্ষেত্ৰ স্তব্ধ হৈ পৰিছিল যদিও অংশুৱে নিজৰ গাঁৱত মল্লযুঁজৰ অনুশীলন অব্যাহত ৰাখিছিল। আৰু যাৰ ফলত বিশ্বকাপত এই সফলতা লাভ কৰিলে।

Recent News

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd