• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বজাৰত ধোনীৰ পামৰ জৈৱিক পাচলি; সস্তাতে বিক্রী কৰিছে বিলাহী, বন্ধাকবি!

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2020 7:35 am
ms-dhoni-organic-farming-vegetables-price
357
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেটৰ খেলপথাৰত হাতত বেট আৰু গ্ল’ভছ পিন্ধি ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক ‘কেপ্টেইন কুল’ মহেন্দ্ৰ সিং ধোনীয় বহু সুন্দৰ ইনিংছ উপহাৰ দিছে।

কিন্তু এইবাৰ তেওঁ দৃষ্টি আকৰ্ষণ কৰিছে কৃষিকৰ্ম তথা ব্যৱসায়েৰে। ধোনীয়ে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিছে ব্যৱসায়েৰে।

সম্প্ৰতি ধোনীৰ পামত খেতি কৰা জৈৱিক পাচলি বজাৰত বিক্ৰী হৈছে আৰু গ্ৰাহকেও সেই পাচলিবোৰ পছন্দ কৰিবলৈ আৰম্ভ কৰিছে।

ব্যৱসায়িক বুদ্ধি খটুৱাই ধোনীয়ে তেওঁৰ ব্যৱসায়ৰ আৰম্ভণিতে নিজৰ পাচলি বজাৰৰ দামতকৈ সস্তাতে বিক্ৰী কৰিছে।

বন্ধাকবিকে ধৰি বজাৰৰ আন শাক-পাচলিৰ তুলনাত বহুখিনি সস্তাত বিক্ৰী কৰিছে ধোনীয়ে।

বাতৰি অনুসৰি, ৰাঁচীৰ পাইকাৰী পাচলিৰ বজাৰত থকা ডলি মাৰ্কেটৰ পৰা অলপ আগলৈ গ’লেই ধোনীৰ পাচলিৰ বিপণী য’ত প্ৰাক্তন অধিনায়কগৰাকীৰ খেতিত উৎপন্ন শাক-পাচলি বিক্ৰী কৰা হৈছে।

জানিব পৰা মতে, বন্ধাকবি প্ৰতি কিলোত ১০টকা, বিলাহী প্ৰতি কিলোত ৩০টকাত বিক্ৰী কৰা হৈছে। বেছিকৈ কিনিলে আৰু সস্তাতে দিয়া হৈছে পাচলি। সেয়ে, ধোনীৰ ব্যৱসায় ৰমৰমীয়া।

আনহাতে, গ্ৰাহকসকলেও ধোনীৰ ব্ৰেণ্ডৰ ট্যাগ লগোৱা পাচলিৰ প্ৰতি অধিক আকৰ্ষিত হোৱা দেখা গৈছে।

জানিব পৰা মতে, আৰু কেইদিনমানৰ ভিতৰতে ধোনীৰ পামৰ মটৰমাহ, ষ্ট্ৰবেৰি আৰু মুৰ্গীৰ কণীও বজাৰত পোৱা যাব।

অলপদিন আগতে জানিব পৰা গৈছিল যে ধোনীয়ে মুৰ্গী ব্যৱসায়ত হাত দিছে। তেওঁৰ পামত বিখ্যাত কড়কনাথ মুৰ্গীৰ ফাৰ্ম আৰম্ভ কৰিছে। এই মুৰ্গীৰ তেজ আৰু মাংস দুয়োটাই ক’লা আৰু ইয়াত ফ্যাট বা ক’লেষ্ট’ৰেল একেবাৰে নাই। বজাৰত ইয়াৰ মাংস ছাগলীৰ মাংসতকৈয়ো অধিক দামত বিক্ৰী হয়।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd