• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বজাৰত ধোনীৰ পামৰ জৈৱিক পাচলি; সস্তাতে বিক্রী কৰিছে বিলাহী, বন্ধাকবি!

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2020 7:35 am
ms-dhoni-organic-farming-vegetables-price
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেটৰ খেলপথাৰত হাতত বেট আৰু গ্ল’ভছ পিন্ধি ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক ‘কেপ্টেইন কুল’ মহেন্দ্ৰ সিং ধোনীয় বহু সুন্দৰ ইনিংছ উপহাৰ দিছে।

কিন্তু এইবাৰ তেওঁ দৃষ্টি আকৰ্ষণ কৰিছে কৃষিকৰ্ম তথা ব্যৱসায়েৰে। ধোনীয়ে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিছে ব্যৱসায়েৰে।

Apply Now

সম্প্ৰতি ধোনীৰ পামত খেতি কৰা জৈৱিক পাচলি বজাৰত বিক্ৰী হৈছে আৰু গ্ৰাহকেও সেই পাচলিবোৰ পছন্দ কৰিবলৈ আৰম্ভ কৰিছে।

ব্যৱসায়িক বুদ্ধি খটুৱাই ধোনীয়ে তেওঁৰ ব্যৱসায়ৰ আৰম্ভণিতে নিজৰ পাচলি বজাৰৰ দামতকৈ সস্তাতে বিক্ৰী কৰিছে।

বন্ধাকবিকে ধৰি বজাৰৰ আন শাক-পাচলিৰ তুলনাত বহুখিনি সস্তাত বিক্ৰী কৰিছে ধোনীয়ে।

বাতৰি অনুসৰি, ৰাঁচীৰ পাইকাৰী পাচলিৰ বজাৰত থকা ডলি মাৰ্কেটৰ পৰা অলপ আগলৈ গ’লেই ধোনীৰ পাচলিৰ বিপণী য’ত প্ৰাক্তন অধিনায়কগৰাকীৰ খেতিত উৎপন্ন শাক-পাচলি বিক্ৰী কৰা হৈছে।

জানিব পৰা মতে, বন্ধাকবি প্ৰতি কিলোত ১০টকা, বিলাহী প্ৰতি কিলোত ৩০টকাত বিক্ৰী কৰা হৈছে। বেছিকৈ কিনিলে আৰু সস্তাতে দিয়া হৈছে পাচলি। সেয়ে, ধোনীৰ ব্যৱসায় ৰমৰমীয়া।

আনহাতে, গ্ৰাহকসকলেও ধোনীৰ ব্ৰেণ্ডৰ ট্যাগ লগোৱা পাচলিৰ প্ৰতি অধিক আকৰ্ষিত হোৱা দেখা গৈছে।

জানিব পৰা মতে, আৰু কেইদিনমানৰ ভিতৰতে ধোনীৰ পামৰ মটৰমাহ, ষ্ট্ৰবেৰি আৰু মুৰ্গীৰ কণীও বজাৰত পোৱা যাব।

অলপদিন আগতে জানিব পৰা গৈছিল যে ধোনীয়ে মুৰ্গী ব্যৱসায়ত হাত দিছে। তেওঁৰ পামত বিখ্যাত কড়কনাথ মুৰ্গীৰ ফাৰ্ম আৰম্ভ কৰিছে। এই মুৰ্গীৰ তেজ আৰু মাংস দুয়োটাই ক’লা আৰু ইয়াত ফ্যাট বা ক’লেষ্ট’ৰেল একেবাৰে নাই। বজাৰত ইয়াৰ মাংস ছাগলীৰ মাংসতকৈয়ো অধিক দামত বিক্ৰী হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm
কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd