• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডেমকেয়াৰ জুবিন! স্পষ্ট কৰি দিলে কা’ কেতিয়াও নাপাহাৰো

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2020 7:42 am
zubeen-garg-hd-photo-750x375

জুবিন গাৰ্গ। ফটো উৎস: ইন্টাৰনেট।

15k
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় কণ্ঠশিল্পী, অসমৰ যুৱ সমাজৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে পুনৰ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিছে।

দেওবাৰে সন্ধিয়া গুৱাহাটীৰ ৰেডিছন ব্লুত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত গীত পৰিৱেশন কৰাৰ মাজতে জুবিন গাৰ্গে কয় যে মই নাগৰিকত্ব সংশোধনী আইন মানি নলও।

শিল্পীগৰাকীয়ে লগতে কা-বাতিলৰ দাবীত পুনৰ আন্দোলন কৰিব বুলিও সদৰী কৰে। অৱশ্যে, এইবাৰ ব্যতিক্ৰমী ৰূপত আন্দোলন কৰাৰ কথা উল্লেখ কৰে শিল্পীগৰাকীয়ে।

জুবিনে কয় যে কা-আন্দোলনৰ পাছতে তেওঁৰ গা বেয়া হৈছিল আৰু সেয়েহে আজিকালি তেওঁ কিছুমান কথা পাহৰে। কিন্তু কা-পাহৰি যোৱা নাই।

তাৎপৰ্যপূৰ্ণভাৱে জুবিনে মন্তব্য কৰে যে দৰ্শকৰ শাৰীত বিজেপি-কংগ্ৰেছৰ সমৰ্থক থাকিলেও তেওঁ খাতিৰ নকৰে।

জুবিনে তেওঁৰ অনুষ্ঠানৰ মাজতে এইবাৰ ছচিয়েল মিডিয়াৰ মাধ্যমেৰে কা-ৰ বিৰুদ্ধে আন্দোলন কৰিব বুলিও উল্লেখ কৰে।

দেওবাৰে নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিনে কা-আন্দোলনকলৈ লিখা গানো পৰিৱেশন কৰে।

উল্লেখ্য যে কা-আন্দোলনৰ সময়ছোৱাত জুবিনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ যুৱ সমাজে আইনখনৰ বিৰুদ্ধ তীব্ৰ প্ৰতিবাদত নামি পৰিছিল।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd