• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আধাৰ কাৰ্ডৰ সহায়ত কিদৰে ১০ মিনিটতে বিনামূলীয়াকৈ লাভ কৰিব পান কাৰ্ড? চাওক প্ৰক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2020 10:34 am
Pan Through Adhar

প্ৰতিনিধিত্বমূলক ফটো।

374
VIEWS
Share on FacebookShare on Twitter

দেশৰ নাগৰিকসকলৰ বাবে সাধাৰণ প্ৰমানপত্ৰ হিচাপে অত্যন্ত পৰিচিত হৈছে পান কাৰ্ড। তদুপৰি, বৰ্তমান যথেষ্ট গুৰুত্বপূৰ্ণও হৈ পৰিছে এই পান কাৰ্ড।

সেইদৰে আধাৰ কাৰ্ডো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই দুখনৰ অবিহনে নাগৰিকসকলে আয়কৰ আদায়ৰ ক্ষেত্ৰত সমস্যাত পৰিব পাৰে বুলিও পূৰ্বেই জনোৱা হৈছিল।

যিকোনো বিত্তীয় লেনদেনৰ ক্ষেত্ৰতো এই কাৰ্ড দুখন যথেষ্ট গুৰুত্বপূৰ্ণ।

আনহাতে, যিসকল নাগৰিকৰ পান কাৰ্ড নাই তেওঁলোকে আধাৰ কাৰ্ডৰ সহায়ত অতি সহজে বিনামূলীয়াকৈ পান কাৰ্ড লাভ কৰিব পাৰে।

জানিব পৰা মতে, আধাৰ কাৰ্ডৰ সহায়ত অতি সহজেই গ্ৰাহকে তেওঁলোকৰ পান কাৰ্ড উলিয়াব পাৰে। কৰ’না পৰিস্থিতিৰ বাবেই এই সেৱা আগবঢ়োৱা হৈছে। ইতিমধ্যে বহু পান কাৰ্ড ইচ্ছ্যু কৰা হৈছে বুলিও জানিবলৈ দিয়া হৈছে।

এই সুবিধা লাভ কৰিবলৈ গ্ৰাহকসকলে Income Taxৰ মূল ৱেবছাইটলৈ যাব লাগিব। তাত গৈ Pan through adhar অপশ্যনত ক্লিক কৰিব লাগিব। তাৰ পৰা নতুন পেজলৈ যাব লাগিব।

নতুন পেজত গৈ গ্ৰাহকসকলে আধাৰ নম্বৰ দিব লাগিব আৰু সেয়া নিশ্চিত কৰিব লাগিব। তাৰ পাছতে ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব আৰু সেইটো দিব লাগিব।

ইয়াৰ অলপ সময়ৰ ভিতৰতে নতুন ই-পান কাৰ্ড লাভ কৰিব গ্ৰাহকে।

Recent News

এণ্টি-টেৰৰিজম স্কোৱাডৰ জালত এজন স্বঘোষিত বাবা! বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ধনৰ জালিয়াতিৰ লগত জড়িত কোন এই গৰাকী স্বয়ম্ভূ মহাপুৰুষ

এণ্টি-টেৰৰিজম স্কোৱাডৰ জালত এজন স্বঘোষিত বাবা! বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ধনৰ জালিয়াতিৰ লগত জড়িত কোন এই গৰাকী স্বয়ম্ভূ মহাপুৰুষ

ৰাইজৰ ধনৰ শৰাধ! মুখ্যমন্ত্ৰীৰ বাবে মোবাইল ফোন ক্ৰয়ৰ সীমা ১.৫ লাখ টকালৈ বৃদ্ধি দিল্লীৰ বিজেপি চৰকাৰৰ

ৰাইজৰ ধনৰ শৰাধ! মুখ্যমন্ত্ৰীৰ বাবে মোবাইল ফোন ক্ৰয়ৰ সীমা ১.৫ লাখ টকালৈ বৃদ্ধি দিল্লীৰ বিজেপি চৰকাৰৰ

পথ দুৰ্ঘটনাত ১১৪ বছৰীয়া অলিম্পিক শিখাধাৰী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দেহাৱসান!

পথ দুৰ্ঘটনাত ১১৪ বছৰীয়া অলিম্পিক শিখাধাৰী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দেহাৱসান!

দেশৰ পৰিধি ভাঙি পাকিস্তানৰ কৰাচীত মঞ্চস্থ হ’ল ৰামায়ণ!

দেশৰ পৰিধি ভাঙি পাকিস্তানৰ কৰাচীত মঞ্চস্থ হ’ল ৰামায়ণ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd