• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এডিলেইডত ভাৰতে সুযোগ হেৰুৱালে, এতিয়া প্ৰত্যাৱৰ্তন কৰাটো সহজ নহ’ব : হেডিন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2020 9:47 pm
199
VIEWS
Share on FacebookShare on Twitter

এডিলেইডত খেলা দিবা-নৈশ টেষ্ট মেচত ৮ উইকেইটত পৰাস্ত হোৱাৰ পিছত চাৰিখনীয়া টেষ্ট শৃংখলাত ভাৰতৰ বাবে প্ৰত্যাৱৰ্তন কৰাটো সহজ নহ’ব বুলি মন্তব্য কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰেড হেডিনে।

হেডিনে কয় যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা প্ৰথম মেচখনত ভাৰতে জয়ী হোৱাৰ সুন্দৰ সুযোগ লাভ কৰিছিল।

উল্লেখ্য যে মেচখনত ভাৰতে দ্বিতীয় ইনিংছত মাত্ৰ ৩৬ ৰানতে অলআউট হয় আৰু অষ্ট্ৰেলিয়াই ৮ উইকেটত মেচখন জয়ী হৈ বৰ্ডাৰ-গাভাস্কাৰ ছিৰিজত ১-০ৰ অগ্ৰগতি লাভ কৰে।

হেডিনে এছইএন ৰেডিঅ’ক দিয়া এটা সাক্ষাতত কয়, ‘মই নাভাবো যে এই পৰাজয়ৰ পিছত আৰু প্ৰত্যাৱৰ্তন কৰিব পাৰিব’।
অষ্ট্ৰেলিয়াৰ হৈ ৬৬খন টেষ্ট মেচ খেলা ৪৩ বছৰীয়া হেডিনে লগতে কয় যে এডিলেইডত এনেকুৱা পৰিস্থিতি আছিল, য’ত ভাৰতীয় বলাৰসকলে পিটছৰ পৰা সহায় লাভ কৰিছিল।

তেওঁ কয়, ‘মই ভাবো যে টেষ্ট মেচত জয়ী হোৱাৰ বাবে তেওঁলোকৰ হাতত একমাত্ৰ সুযোগ আছিল এডিলেইড। তেওঁলোকৰ বলাৰসকলে ইয়াৰ পৰিস্থিতিৰ সৈতে খাপ খাইছিল। এতিয়া আৰু তেওঁলোকে প্ৰত্যাৱৰ্তন কৰিব পাৰিব বুলি মই নাভাবো’।

‘ব্ৰিছবেনত এখন টেষ্ট খেলিব আছে, য’ত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাটো অত্যন্ত কঠিন। আগন্তুক দুখন টেষ্টত ভাৰতীয় দলক পিটছে সহায় কৰিব কিন্তু ইয়াৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰিব’, হেডিনে এইদৰে কয়।

উল্লেখ্য যে ২০১৮-১৯ বৰ্ষত সুন্দৰ বলিং আক্ৰমণেৰে অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ী হৈ ইতিহাস ৰচিছিল, কিন্তু এইবাৰ অনুভৱী ঈশান্ত শৰ্মা অবিহনেই ভাৰতীয় দলে অষ্ট্ৰেলিয়ৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অৱতীৰ্ণ হৈছে।

ইফালে মহম্মদ ছামীয়েও প্ৰথম টেষ্টখনত আঘাত হৈ শৃংখলাৰ বাকী থকা মেচ কেইখনৰ পৰা বাহিৰ হ’বলগীয়া হৈছে।

হেডিনে কয়, ‘যোৱা বছৰ ভাৰতীয় দলৰ বলিং লাইনআপ সুন্দৰ আছিল। এইবাৰ ছামীৰ আঘাত হোৱাত তেওঁলোকৰ হাতত বিকল্প নাই’।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd