• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এডিলেইডত ভাৰতে সুযোগ হেৰুৱালে, এতিয়া প্ৰত্যাৱৰ্তন কৰাটো সহজ নহ’ব : হেডিন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2020 9:47 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এডিলেইডত খেলা দিবা-নৈশ টেষ্ট মেচত ৮ উইকেইটত পৰাস্ত হোৱাৰ পিছত চাৰিখনীয়া টেষ্ট শৃংখলাত ভাৰতৰ বাবে প্ৰত্যাৱৰ্তন কৰাটো সহজ নহ’ব বুলি মন্তব্য কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰেড হেডিনে।

হেডিনে কয় যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা প্ৰথম মেচখনত ভাৰতে জয়ী হোৱাৰ সুন্দৰ সুযোগ লাভ কৰিছিল।

Apply Now

উল্লেখ্য যে মেচখনত ভাৰতে দ্বিতীয় ইনিংছত মাত্ৰ ৩৬ ৰানতে অলআউট হয় আৰু অষ্ট্ৰেলিয়াই ৮ উইকেটত মেচখন জয়ী হৈ বৰ্ডাৰ-গাভাস্কাৰ ছিৰিজত ১-০ৰ অগ্ৰগতি লাভ কৰে।

হেডিনে এছইএন ৰেডিঅ’ক দিয়া এটা সাক্ষাতত কয়, ‘মই নাভাবো যে এই পৰাজয়ৰ পিছত আৰু প্ৰত্যাৱৰ্তন কৰিব পাৰিব’।
অষ্ট্ৰেলিয়াৰ হৈ ৬৬খন টেষ্ট মেচ খেলা ৪৩ বছৰীয়া হেডিনে লগতে কয় যে এডিলেইডত এনেকুৱা পৰিস্থিতি আছিল, য’ত ভাৰতীয় বলাৰসকলে পিটছৰ পৰা সহায় লাভ কৰিছিল।

তেওঁ কয়, ‘মই ভাবো যে টেষ্ট মেচত জয়ী হোৱাৰ বাবে তেওঁলোকৰ হাতত একমাত্ৰ সুযোগ আছিল এডিলেইড। তেওঁলোকৰ বলাৰসকলে ইয়াৰ পৰিস্থিতিৰ সৈতে খাপ খাইছিল। এতিয়া আৰু তেওঁলোকে প্ৰত্যাৱৰ্তন কৰিব পাৰিব বুলি মই নাভাবো’।

‘ব্ৰিছবেনত এখন টেষ্ট খেলিব আছে, য’ত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাটো অত্যন্ত কঠিন। আগন্তুক দুখন টেষ্টত ভাৰতীয় দলক পিটছে সহায় কৰিব কিন্তু ইয়াৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰিব’, হেডিনে এইদৰে কয়।

উল্লেখ্য যে ২০১৮-১৯ বৰ্ষত সুন্দৰ বলিং আক্ৰমণেৰে অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ী হৈ ইতিহাস ৰচিছিল, কিন্তু এইবাৰ অনুভৱী ঈশান্ত শৰ্মা অবিহনেই ভাৰতীয় দলে অষ্ট্ৰেলিয়ৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অৱতীৰ্ণ হৈছে।

ইফালে মহম্মদ ছামীয়েও প্ৰথম টেষ্টখনত আঘাত হৈ শৃংখলাৰ বাকী থকা মেচ কেইখনৰ পৰা বাহিৰ হ’বলগীয়া হৈছে।

হেডিনে কয়, ‘যোৱা বছৰ ভাৰতীয় দলৰ বলিং লাইনআপ সুন্দৰ আছিল। এইবাৰ ছামীৰ আঘাত হোৱাত তেওঁলোকৰ হাতত বিকল্প নাই’।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd