• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোৰ চাকৰি ক’ত গ’ল ? : SFI আৰু DYFIৰ অভিনৱ প্ৰতিবাদ বিশ্বনাথ চাৰিআলিত

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
December 22, 2020 4:30 pm
IMG-20201222-WA0038
173
VIEWS
Share on FacebookShare on Twitter

মোৰ চাকৰি ক’ত গ’ল ?

ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ (DYFI) বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আজি বিশ্বনাথ চাৰিআলিৰ ক্লক টাৱাৰৰ সমীপত ২ ঘন্টীয়া যুৱ ছাত্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

নিবনুৱা সংস্থাপন, ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীৰ চাকৰি প্ৰাদেশীকিকৰণ কৰা ইত্যাদি বিভিন্ন দাবী লৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদকাৰীসকলে বিশেষকৈ খালি হৈ থকা সকলো পদ অতিশীঘ্ৰে পূৰণ কৰা, অস্থায়ী শিক্ষক আৰু কৰ্মচাৰীৰ তথা আঁচনিভুক্ত পদসমুহ নিয়মীয়া কৰাৰ দাবী তোলে।

ইয়াৰ লগতে দুৰ্নীতি মুক্ত প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰা, সকলো নিবনুৱাৰ পঞ্জীয়ন কৰি মাহিলী ৬০০০ টকাকৈ নিবনুৱা ভাট্টা প্ৰদান কৰা কৰাৰো দাবী কৰে ছাত্ৰ সংগঠন দুটাৰ প্ৰতিবাদকাৰীসকলে।

ইয়াৰোপৰি নতুন উদ্যোগ স্থাপন কৰাৰ লগতে মৃত উদ্যোগ পুনৰ উজ্জীৱিত কৰি তোলা, অসমৰ ৰাজহুৱা আৰু ব্যক্তিগত সকলো প্ৰতিষ্ঠানৰ ৩য় আৰু ৪ৰ্থ বৰ্গৰ পদত অসমৰ যুৱক-যুৱতীক নিযুক্তি দিয়াৰো দাবী কৰে SFI আৰু DYFIৰ প্ৰতিবাদকাৰীসকলে।

ৰাজনৈতিক পক্ষপাতিত্ব নোহোৱাকৈ প্ৰস্তাৱিত স্বয়ম আঁচনি ৰূপায়ন কৰা, লকডাউনৰ সময়ত কৰ্মচ্যুৎ হোৱা সকলোকে সংস্থাপন প্ৰদান কৰা আৰু  ঠিকাভিত্তিক শিক্ষকৰ চাকৰি স্থায়ী আৰু ভেঞ্চাৰ শিক্ষক কৰ্মচাৰী চাকৰি প্ৰাদেশীকিকৰণ কৰা আদি বিভিন্ন দাবী লৈ দুয়ো ছাত্ৰ সংগঠনে যৌথভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd