• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰাগাৰত সেউজীয়া শাড়ী দেখিলেই খঙত টিঙিৰি তুলা হয় শ্বিনা বৰা হত্যাত অভিযুক্ত ইন্দ্ৰাণী, কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2020 3:17 pm
a inu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশ কপোঁৱা শ্বিনা বৰা হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জী পুনৰ সংবাদ শিৰোনামলৈ আহিছে।কাৰাগাৰৰ ভিতৰত কোনেও ইন্দ্ৰাণীক পিন্ধাব পৰা নাই সেউজীয়া ৰঙৰ শাড়ী।

মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ থকা ইন্দ্ৰানী মুখাৰ্জীয়ে সেউজীয়া শাড়ী নিপিন্ধো বুলি আকোঁৰগোঁজ হৈ থাকি এই বিষয়ত নিৰ্দেশ দিবলৈ চিবিআইৰ বিশেষ আদালতত আবেদনো জনাইছে।

Apply Now

চিবিআইৰ বিশেষ আদালতে  এই বিষয়ত ৫ জানুৱাৰীত শুনানি গ্ৰহণ কৰিব। কিন্তু কিয় ইন্দ্ৰানীয়ে কাৰাগাৰত সেউজীয়া শাড়ী পিন্ধিবলৈ অস্বীকাৰ কৰিছে?

দৰাচলতে কাৰাগাৰত সেইসকল অপৰাধীকহে সেউজীয়া শাড়ী পিন্ধিবলৈ দিয়া হয় যিসকলক ইতিমধ্যে আদালতে দোষী সাৱস্ত্য কৰি শাস্তি গোষণা কৰিছে।

a ind

কিন্তু কন্যা হত্যাৰ গোচৰত যিহেতু ইন্দ্ৰানী মুখাৰ্জীক আদালতে এতিয়ালৈকে দোষী সাৱস্ত্য কৰা নাই সেয়ে তেওঁ অপৰাধীয়ে পিন্ধা সেউজীয়া শাড়ী পিন্ধিবলৈ অস্বীকাৰ কৰিছে।

উল্লেখ্য ২০১২ চনত শ্বিনা গৰা হত্যাকাণ্ডই সমগ্ৰ দেশতে জোকাৰণিৰ সৃষ্টি কৰিছিল।

অভিযোগ অনুসৰি সেই বছৰৰে ২৪ এপ্ৰিলৰ দিনা শ্বিনা বৰাক তেওঁৰ মাতৃ ইন্দ্ৰানীয়ে হত্যা কৰি মুম্বাইৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৰ ৰাইগড়ত পুতি থৈছিল।২০১৫ চনত ইন্দ্ৰানীৰ গাড়ী চালক শ্যাম ৰায়ক গ্ৰেপ্তাৰ কৰাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল আৰু আৰক্ষীয়ে ইন্দ্ৰানীৰ লগতে তেওঁৰ প্ৰাক্তন স্বামী সঞ্জীৱ খান্না,পিটাৰ মুখাৰ্জী আদিক গ্ৰেপ্তাৰ কৰিছিল।

বোম্বে উচ্চ ন্যায়ালয়ে  চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত ২০১৫ চনৰ পৰা কাৰাগাৰাত বন্দী হৈ থকা ষ্টাৰ ইণ্ডিয়াৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী পীটাৰ মুখাৰ্জীৰ জামিন মঞ্জুৰ কৰে।

মুখাৰ্জীক ২ লাখ টকাৰ বণ্ডৰ বিনিময়ত মুকলি কৰি দিয়া হয়। তেওঁক লগতে আদালতে তেওঁৰ পাছপ’ৰ্ট আৰক্ষীক সমৰ্পন কৰিবলৈকো নিৰ্দেশ দিয়ে।

২০১২চনত তেওঁৰ প্ৰাক্তন পত্নী ইন্দ্ৰাণী মুখাৰ্জীৰ কন্য শ্বীনা বৰাক হত্যাৰ ষড়যন্ত্ৰত গ্ৰহণ কৰা ভূমিকাৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ২০১৫চনৰে পৰা পীটাৰ মুখাৰ্জী কাৰাবন্দী হৈ আছিল।

কন্যা শ্বিনা বৰাৰ হত্যাৰ গোচৰত অভিযুক্ত হৈ মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ থকা ইন্দ্ৰাণী মুখাৰ্জীয়ে

বহু কেইজন বন্দী ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে  ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা কৰি চি বি আইৰ বিশেষ আদালতত  ৪৫ দিনৰ অন্তৱৰ্তীকালীন জামিন বিচাৰি আবেদন জনাইছিল। কিন্তু আদালতে ইন্দ্ৰাণীৰ আবেদন নাকচ কৰিছিল।

সেউজীয়া শাড়ী নিপিন্ধিবলৈ কৰা আবেদন সন্দৰ্ভত আদালতে কেনে সিদ্ধান্ত লয় সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd