• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেৰাছুটেৰে নামি আহিছিল ছাণ্টা ক্ল’জ, কিন্তু মাজ পথতে ঘটিল এই অঘটন, চাওঁক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2020 4:48 pm
a skydiving-s
467
VIEWS
Share on FacebookShare on Twitter

মাজত মাত্ৰ টো দিন বাকী। ২৫ ডিচেম্বৰৰ দিনা ভাৰতকে ধৰি বিশ্বৰ সকলো প্ৰান্ততে উদযাপন কৰা হব পবিত্ৰ বৰদিন।

ক’ৰ’ণাতংকৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হব বৰদিন।

বৰদিন বুলি ক’লেই আহি পৰে ছাণ্টা ক্ল’জৰ কথা। ছাণ্টা ক্ল’জে শিশুসকলৰ মাজত চকলেট, উপহাৰ আদি বিতৰণ কৰাটো বৰদিনৰ এক অন্যতম আকৰ্ষণ।

ছাণ্টা ক্ল’জ সাজি শিশুৰ মাজত উপহাৰ বিলাবলৈ আহি এজন লোকৰ কিযে দুৰ্গতি নহ’ল।কেলিফ’ৰ্নিয়াৰ ৰিঅ’ লিণ্ডা নামৰ অঞ্চলটোলৈ শিশুৰ মাজত চকলেট, উপহাৰ বিতৰণ কৰিবলৈ পেৰাছুটেৰে মাটিলৈ নামি অহাৰ পৰিকল্পনা কৰিছিল এজন লোকে।

সেই মতে তেওঁ পেৰাছুটেৰে তললৈ নামিবলৈ আৰম্ভ কৰে।

কিন্তু মাটি আহি পোৱাৰ আগতে ঘটি যায় এক দুৰ্যোগ।পেৰাছুটেৰে নামি অহাৰ সময়তে লোকজনৰ পৰোছুট লাগি ধৰে বিদ্যুতৰ তাৰত।ফলত লোক জন ওপৰতে ওপঙি থাকে।

এই দৃশ্য প্ৰত্যক্ষ কৰি স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।

#MetroFire is o/s of a #TechRescue at #MST near 7th Ave in #RioLinda involving a hang glider into power lines. pic.twitter.com/VBcfh2xMcP

— Metro Fire of Sacramento (@metrofirepio) December 20, 2020

অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ বহু চেষ্টাৰ অন্তত লোক জনক তললৈ নমাই আনিবলৈ সক্ষম হয়।

ছাণ্টা ক্ল’জ সাজি অহা লোক জনৰ বন্ধু ক্ৰিষ্টাল কেনেডিয়ে প্ৰকাশ কৰা মতে লোক জনে ভাগ্য ভাল কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰিছে।

বিদ্যুতৰ তাৰত লাগি ধৰাৰ পিছতো লোক জনৰ দেহলৈ বিদ্যুত প্ৰৱাহিত নোহোৱাৰ বাবে তেওঁ ৰক্ষা পৰিছে।কেলিফ’ৰ্নিয়াৰ অগ্নি নিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযানৰ এক ভিডিঅ’ প্ৰচাৰ কৰিছে।

Recent News

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd