• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইথিওপিয়াত নৰসংহাৰ : শুৱাপাটিতে ১০০ৰো অধিক লোকক গুলীয়াই হত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2020 12:29 pm
328
VIEWS
Share on FacebookShare on Twitter

আফ্ৰিকাৰ ইথিওপিয়াত এটা অত্যন্ত লোকহৰ্ষক ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে।

বুধবাৰে অচিনাক্ত বন্দুকধাৰীৰ এটা দলৰ নিৰ্বিচাৰ গুলীচালনাত ১০০ৰো অধিক নিৰীহ লোকে প্ৰাণ হেৰুৱায়।

এই নৰসংহাৰৰ ঘটনাটো দেশখনৰ মেটেকেল জ’নৰ বুলে কাউণ্টিৰ বেকোজী গাঁৱত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ইথিওপিয়ান মানৱ অধিকাৰ আয়োগৰ মতে, নৃশংস আক্ৰমণৰ ঘটনা চলা অঞ্চলটোত বিভিন্ন জাতিৰ লোকে বাস কৰে।

জানিব পৰা অনুসৰি, পশ্চিম বেনিশাংগুল-গুমুজ অঞ্চলৰ লোকসকলৰ ওপৰত বুধবাৰে অচিনাক্ত বন্দুকধাৰী দলে জধে মধে গুলী চলোৱা আৰম্ভ কৰে।

বহু লোকে এই আক্ৰমণৰ পৰা ৰক্ষা পেলোৱাৰ উদ্দেশ্যে গাঁৱৰ পৰা পলায় যায়।

এই অঞ্চলটোত বিভিন্ন সময়ত জাতিগত হিংসাৰ ঘটনা ঘটি আহিছে আৰু ইয়াৰ ফলত বহু লোকৰ মৃত্যুও হৈছে।

আফ্ৰিকাৰ দ্বিতীয় বৃহৎ জনবহুল দেশত যোৱা দুবছৰৰ পৰা জাতিগত হিংসাৰ ঘটনা উদ্ৰেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে।

২০১৮ চনত আবি আহমেদ প্ৰধান মন্ত্ৰী হোৱাৰ পিছত ইয়াৰ পৰিস্থিতি অধিক অৱনতি ঘটা আৰম্ভ হয়।

এই অঞ্চলত পূৰ্বৰে পৰা জাতিসমূহৰ মাজত শত্ৰুতা আছে আৰু এতিয়া এই হিংসাক চৰকাৰে নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

উল্লেখ্য যে অহা বছৰ এইখন দেশত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু সেয়ে দিনক দিনে হিংসাত্মক কাৰ্যকলাপ আৰু অধিক গতিত বৃদ্ধি পাব বুলি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd