• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৬ ডিচেম্বৰত বোকাখাতত উন্মোচিত হব প্রয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পূৰ্ণাঙ্গ প্রতিমূর্তি

উত্তম শইকীয়া by উত্তম শইকীয়া
December 24, 2020 8:44 pm
ZomboDroid 24122020184113

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ সমষ্টিৰ প্রাক্তন বিধায়ক তথা বোকাখাত নির্মাণ গোট নামৰ বেচৰকাৰী সংগঠনৰ সভাপতি জিতেন গগৈৰ উদ্যোগত বোকাখাতত নির্মাণ কাৰ্য চলি থকা প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈৰ ১৫ ফুট উচ্চতাৰ পূৰ্ণাংগ প্রতিমূর্তিটো ২৬ ডিচেম্বৰত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব ৷

২৬ডিচেম্বৰত প্ৰয়াত মুখ্যমন্ত্ৰী জনৰ অন্ত্যেষ্টিক্রিয়াৰ পৰা এমাহ দিন সম্পূর্ণ হব।

Apply Now

সেয়েহে প্রতিমূর্তি উন্মোচন লগতে প্রয়াত প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এমহীয়া শ্ৰাদ্ধৰো আয়োজন কৰিছে জিতেন গগৈয়ে ৷

২৬ ডিচেম্বৰৰ পুৱা বন্তি প্ৰজ্বলন, প্ৰতিমূৰ্তি উন্মোচন, মাল্যাৰ্পণ আৰু সর্বধর্ম প্রার্থনাৰ লগতে মাংগলিক অনুষ্ঠানো অনুষ্ঠিত হ’ব বুলি বুধবাৰে বোকাখাতত এখন সংবাদ মেলযোগে এই কথা জনাইছে প্রাক্তন বিধায়ক জিতেন গগৈয়ে।

পুত্রবৎ স্নেহেৰে তেওঁক ৰাজনীতিত মার্গ দর্শন কৰোৱা বিশিষ্ট ৰাজনীতিবিদ তৰুণ গগৈৰ প্রতি থকা গভীৰ শ্ৰদ্ধাৰ বাবেই এই প্রতিমূর্তি নির্মাণ কৰা বুলি জিতেন গগৈয়ে জনায়।

বিপৰীতে কংগ্ৰেছৰ ৰাজনীতিৰ প্রতি সামান্যতমো দুর্বলতা নাই বুলি মন্তব্য কৰি জিতেন গগৈয়ে কয় যে মৃত্যুৰ পূর্বলেকে প্রয়াত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আছিল মোৰ পিতা-পুত্ৰৰ সম্পৰ্ক।

বহুবাৰ জিতেন গগৈক কংগ্ৰেছ দলত যোগদান কৰিবলৈকো আহ্বান জনাইছিল তৰুণ গগৈয়ে। জিতেন গগৈয়ে এই আহ্বান প্রত্যাখ্যান কৰিছিল যদিও প্রয়াত মুখ্যমন্ত্ৰীগৰাকীক তেওঁ কেতিয়াও বেয়া পোৱা নাছিল বুলিও কয়।

জিতেন গগৈয়ে কংগ্রেছত যোগদান কৰিব বুলি ওলোৱা খবৰ অস্বীকাৰ কৰি তেওঁ কয় যে মই নিজেই এটা টিকট, মোৰ হাইকমাণ্ড মই নিজেই, নিৰ্বাচনৰ বাবে টিকট বিচাৰি মই কোনো হাইকমাণ্ডক অনুৰোধ কৰিব নালাগে। নিজেই পূর্বৰ দৰে নির্দলীয়ভাৱে প্রতিদ্বন্দ্বিতা কৰি ২০২১ৰ নিৰ্বাচনত পুনৰ বিধায়ক হম। স্বয়ং তৰুণ গগৈয়ে নিমন্ত্রণ জনাওঁতেও মই কংগ্ৰেছত যোগদান নকৰিলোঁ। এতিয়া যোগদান কৰাৰ প্ৰশ্নই নুঠে ৷

ইফালে তৰুণ গগৈৰ মৃত্যুৰ এমাহ নৌহওঁতেই একাংশ কংগ্রেছী নেতাই দল ত্যাগ কৰা কার্যক অকৃতজ্ঞ আৰু সুবিধাবাদী আখ্যা দিয়ে জিতেন গগৈয়ে।

ৰাজ্যখনৰ ভিতৰতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথমতো প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠান আৰু ৰাজহুৱা আদ্যশ্রাদ্ধলৈ সংবাদ মাধ্যমৰ জৰিয়তে সকলো দল-সংগঠন, ভাষা-বৰ্ণ, ধৰ্মকে ধৰি সকলোকে উপস্থিত থাকিবলৈ প্রাক্তন বিধায়ক গৰাকীয়ে আহ্বান জনাইছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd