• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত কোভিডৰ সংক্ৰমণত প্ৰাণ হেৰুওৱা ব্যক্তিৰ সংখ্যা ১০৩৩ গৰাকীলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2020 9:32 am
COVID19-image-credit-Odishatv-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত কোভিডৰ সংক্ৰমণৰ হাৰ অব্যাহত আছে। বিগত ২৪ ঘণ্টাত ৰাজ্যত পুনৰ কোভিডৰ সংক্ৰমণৰ ফলত চাৰিগৰাকী ব্যক্তিৰ মৃত্যু হয়।

ইয়াৰ ফলত অসমত বৰ্তমানলৈ কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা ১০৩৩ গৰাকীলৈ বৃদ্ধি পালে।

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যুবৰণ কৰা ব্যক্তি কেইগৰাকী হ’ল ক্ৰমে- তিনিচুকীয়াৰ গোপাল শ্বাহ (৬৮), কামৰূপ মহানগৰ জিলাৰ তুলসী শইকীয়া (৫৮), কাছাৰৰ সৎনাম সিং (৭৩) আৰু কামৰূপৰ নাৰায়ন বাৰ্মা (৫২)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে কোভিডত মৃত্যু বৰণ কৰা ব্যক্তি কেইগৰাকীৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

আনহাতে, বিগত ২৪ ঘণ্টাত ৰাজ্যত সম্পন্ন কৰা ২১৮৯৫ টা কোভিড পৰীক্ষাৰ ভিতৰত ৯৫ গৰাকী ব্যক্তি প’জিটিভ হয়।

কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৪৭ গৰাকী ব্যক্তি কোভিড প’জিটিভ হয়।

ইপিনে, বৃহস্পতিবাৰে ৰাজ্যত ১০৫ গৰাকী ব্যক্তিক কোভিড মুক্ত ঘোষণা কৰা হয়।

অসমত বৰ্তমানলৈ মুঠ ২১৫৭৭৫ গৰাকী ব্যক্তি কোভিড আক্ৰান্ত হোৱাৰ বিপৰীতে ২১১২৮৩ গৰাকী ব্যক্তি চিকিৎসাৰ অন্তত কোভিড মুক্ত হৈছে।

ৰাজ্যত বৰ্তমান ৩৪৫৬ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰাঘৰত উদ্ধাৰ মৃতদেহ, বিদেশী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

ভাৰাঘৰত উদ্ধাৰ মৃতদেহ, বিদেশী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

September 13, 2025 11:46 am
ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

September 13, 2025 10:34 am
বৰ্বৰ! যোগী ৰাজ্যত দলবদ্ধ ধ*ৰ্ষণৰ বলি মূকবধিৰ গৰ্ভৱতী মহিলা, চিকিৎসালয়ত মৃত্যু

বৰ্বৰ! যোগী ৰাজ্যত দলবদ্ধ ধ*ৰ্ষণৰ বলি মূকবধিৰ গৰ্ভৱতী মহিলা, চিকিৎসালয়ত মৃত্যু

September 13, 2025 10:33 am
ভদীয়া প্ৰসাদ খাই বিষক্ৰিয়া : চিকিৎসাধীন ১০ শিশুসহ ৪০ গৰাকী লোক

ভদীয়া প্ৰসাদ খাই বিষক্ৰিয়া : চিকিৎসাধীন ১০ শিশুসহ ৪০ গৰাকী লোক

September 13, 2025 10:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰাঘৰত উদ্ধাৰ মৃতদেহ, বিদেশী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

ভাৰাঘৰত উদ্ধাৰ মৃতদেহ, বিদেশী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

September 13, 2025 11:46 am
ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

September 13, 2025 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd