• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাগীৰোডৰ পলাহগুৰিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দূৰ্ঘটনা : ১ গৰাকী মহিলাসহ আহত ৪

চানু গগৈ by চানু গগৈ
December 28, 2020 9:12 pm
index.jpgjk
207
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে সন্ধিয়া জাগীৰোডৰ পলাহগুৰি ৩৭ ৰাষ্ট্ৰীয় ঘাই পথত এক পথ দুৰ্ঘটনা সংঘটিত হৈছে।

দুৰ্ঘটনাটোত এখন তেল পৰিবাহী টেংকাৰৰ লগতে এখন এল্টো বাহনখন সম্পুৰ্ণ ৰূপে ভস্মীভূত হৈছে৷

ঘটনাৰ বিৱৰণী অনুসৰি গুৱাহাটী অভিমুখী তেল পৰিবাহী টেংকাখন হঠাতে ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে।

টেংকাৰ বাগৰি পৰা ফলত থিতাতে সমগ্ৰ টেংকাৰখনকে জুইয়ে আগুৰি ধৰে।

ইফালে টেংকাৰখনৰ পিছে পিছে গুৱাহাটী অভিমুখে আহি থকা এখন এল্টো বাহনতো অগ্নি সংযোগ ঘটি সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

ভস্মীভূত হোৱা এল্টো বাহনখন বাহনখনৰ চাৰিগৰাকী যাত্ৰীৰ প্ৰাণ সৌভাগ্যক্ৰমে ৰক্ষা পৰে যদিও আটাইকেইগৰাকীয়ে আহত হোৱা বুলি জানিব পৰা  গৈছে।

আহতসকলৰ ভিতৰত এগৰাকী মহিলাও আছে।

তেঁওলোকক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।

Recent News

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd