• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টিআৰপি কেলেংকাৰি : অৰ্ণৱ গোস্বামীয়ে লাখ লাখ টকা উৎকোচ দিছিল BARCৰ প্ৰাক্তন চিইঅ’ দাসগুপ্তাক!

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2020 8:23 am
index
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাই টিআৰপি কেলেংকাৰিৰ মূল অভিযুক্ত ব’ডকাষ্ট অডিয়েন্স ৰিচাৰ্ছ কাউন্সিল(BARC)ৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পাৰ্থ দাসগুপ্তাক আৰক্ষী জিম্মাৰ ম্যাদ অহা ৩০ ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে।

মুম্বাই আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই টিআৰপিত কেলেংকাৰিত জড়িত থকাৰ অভিযোগত যোৱা ২৪ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা প্ৰাক্তন বিষয়াগৰাকীক সোমবাৰে মুম্বাইৰ এখন আদালতে ৩০ দিনলৈ আৰক্ষী জিম্মা বৃদ্ধি কৰিছে।

Apply Now

ইফালে মুম্বাই আৰক্ষীয়ে BARCৰ প্ৰাক্তন শীৰ্ষ বিষয়াগৰাকীক জেৰা চলাই বহু বিস্ফোৰক তথ্য লাভ কৰাৰ লগতে সমগ্ৰ টিআৰপি কেলেংকাৰিটোৰ মাষ্টাৰমাইণ্ড দাসগুপ্তাই বুলি দাবী কৰিছে।

দাসগুপ্তাই ক্ষমতা অপব্যৱহাৰ কৰি টিআৰপি মেনিপুলেট কৰি কিছুমান নিউজ চেনেলৰ পৰা ধন লৈছিল বুলি প্ৰকাশ কৰিছে মুম্বাই আৰক্ষীয়ে।

ইফালে BARCৰ প্ৰাক্তন অন্য এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়া ৰমিলা ৰামগৰ্হিয়াও দাসগুপ্তাৰ সৈতে জড়িত থকা বুলি দাবী কৰিছে আৰক্ষীয়ে।

“কিছুমান নিউজ চেনেল, বিশেষকৈ এআৰজি আউটলিয়াৰ মিডিয়া প্ৰাইভেট লিমিটেডৰ ৰিপাব্লিক ভাৰত আৰু ৰিপাব্লিক টিভি (ইংৰাজী) আদিৰ ক্ষেত্ৰত দাসগুপ্তাই নিজৰ ক্ষমতা অপব্যৱহাৰ দ্বাৰা টিআৰপি মেনিপুলেট কৰি আহিছিল।” আৰক্ষীয়ে ৰিমাণ্ড টোকাত এইদৰে কয়।

ইফালে টিআৰপি কেলেংকাৰিৰ তদন্তৰ দায়িত্বত থকা এগৰাকী আৰক্ষী বিষয়া শচীন ৱাজেৰ মতে অৰ্ণৱ গোস্বামীয়ে দাসগুপ্তাক ২০১৭ বৰ্ষৰ পৰা ২০১৯ বৰ্ষলৈ বৃহ পৰিমাণৰ ধন আদায় দিয়া প্ৰমাণ পোৱা গৈছে।

“২০১৭ চনত চুইজাৰেলণ্ড আৰু ডেনমাৰ্ক ভ্ৰমণৰ সময়ত গোস্বামীয়ে দাশগুপ্তাৰ পৰিয়ালক ৬,০০০ মাৰ্কিন ড’লাৰ ল’ৱাৰ পাৰেল হোটেল স্প’নছৰ কৰিছিল। আৰু ২০১৮ত ২০ লাখ টকা নগদ ধন প্ৰদান কৰিছিল আৰু এয়াৰপ’ৰ্টৰ সমীপৰ এখন হোটেলত ২০১৯ বৰ্ষত ১০ লাখ টকা দিছিল।” তদন্তকাৰী আৰক্ষী বিষয়া ৱাজেৰ দাবী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd