• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি কৰিলে অসম ৰাজ্যিক চিৰিয়াখানা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2020 6:47 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা অসম ৰাজ্যিক চিৰিয়াখানা ও উদ্ভিদ উদ্যানখন আজি দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি কৰা হয়।

ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কেইবাগৰাকীও জ্যেষ্ঠ বনবিষয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে চিৰিয়াখানাখন মুকলি কৰে।

Apply Now

উল্লেখ্য যে, ক’ভিড-১৯ৰ ভয়াৱহ পৰিস্থিতিৰ ফলত দেশজুৰি হোৱা লকডাউনৰ পৰাই বন্ধ হৈ আছিল গুৱাহাটীস্থিত চিৰিয়াখানাখন।

চিৰিয়াখন পুনৰ মুকলি কৰা অনুষ্ঠানৰ ছবি শ্বেয়াৰ কৰি মন্ত্ৰী শুক্লবৈদ্যই টুইটাৰত লিখে যে কেৱল অনলাইনযোগেহে টিকট বুকিং কৰিব পাৰিব।

দৰ্শনাৰ্থীসকলে assamstatezoo.in যোগে টিকট বুক কৰিব পাৰিব।

Formally opened the @assamzoo today in presence of senior forest officials post lockdown.Ticketing system has been made completely online by booking through https://t.co/K2jr5Wa1ce
Visitors can step in & enjoy this flora & fauna hotspot from 2nd Jan,2021. pic.twitter.com/arhnWWUYS9

— Parimal Suklabaidya (@ParimalSuklaba1) December 31, 2020

উল্লেখ্য যে দৰ্শনাৰ্থীসকলে অহা ২ জানুৱাৰিৰ পৰাহে চিৰিয়াখানাৰ জীৱ-জন্তু তথা ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব বুলি মন্ত্ৰীজনে টুইটাৰত উল্লেখ কৰে।

ইয়াৰ পূৰ্বে চিৰিয়াখানাখন ১ ডিচেম্বৰৰ পৰা মুকলি কৰাৰ পৰিকল্পনা কৰিছিল যদিও ক’ৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষই এই সিদ্ধান্ত বাতিল কৰিছিল।

ৰাজ্যিক চিৰিয়াখানা পুনৰ মুকলি সন্দৰ্ভত ইয়াৰ মাণ্ডলিক বন বিষয়া (ডি এফ অ’) তেজাছ মৰিস্বামীয়ে নিৰ্দিষ্ট মান তথা প্ৰচলন প্ৰক্ৰিয়া (এছ ও পি) জাৰি কৰা বুলি জনায়।

ক’ৰ’না সংক্ৰমণ ৰোধৰ বাবে ক’ভিড সম্পৰ্কীয় সকলো নীতি-নিৰ্দেশনাসমূহ মানি চলা হ’ব বুলিও বন বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে জানিবলৈ দি কয় যে এদিনত ১০০০ জনহে দৰ্শনাৰ্থীক প্ৰৱেশ কৰিব দিয়া হ’ব।

দৰ্শনাৰ্থীৰ লগতে চিৰিয়াখানাৰ কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰা, চেনিটাইজাৰ ব্যৱহাৰ আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব বুলিও জনাই ডি এফ অ’ গৰাকীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd