• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অজন্তা নেওগৰ বিজেপিত যোগদানে উজনি অসমৰ লগতে গোলাঘাটতো কংগ্ৰেছত প্ৰভাৱ নেপেলায় : গৌৰৱ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 2, 2021 7:31 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অজন্তা নেওগে বিজেপিত যোগদানে উজনি অসমৰ লগতে গোলাঘাটতো কংগ্ৰেছত প্ৰভাৱ নপৰে,’ ২০২১ বৰ্ষৰ প্ৰথম দিনটোত ৰাজীৱ ভৱনত সাংবাদিকৰে সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰি এই দাবী কৰিছে যুৱ সাংসদ গৌৰৱ গগৈয়ে।

‘‘বিজেপিত তেওঁ মৰম চেনেহ লাভ কৰিম বুলি ভবাটো ভুল চিন্তা। তেওঁৰ সৈতে বিজেপিত যোগদান কৰাসকলে যেতিয়া তেওঁলোকৰ মৰ্যদা নাইকিয়া হোৱা বুলি উপলব্ধি কৰিব তেতিয়া পুনৰ উভটি আহিব’’ গৌৰৱ গগৈয়ে সংবাদমেল সম্বোধন কৰি এইদৰে লগতে কয়।

Apply Now

আনহাতে,  ২০২০ সকলোৰে বাবে এটা জটিল বৰ্ষ আছিল বুলি সদৰী কৰি গৌৰৱে লগতে কয় ‘সকলো জনসাধাৰণ বিভিন্ন সমস্যা বা বিপদৰ সন্মুখীন হৈছিল। হাজাৰ হাজাৰ শ্ৰমিক কেৰালা, মুম্বাই, তামিলনাডুৰ পৰা উভটি আহিল। অতি বেয়া অৱস্থাত তেওঁলোক উভটি আহিল যদিও তেওঁলোকে অসমলৈ আহি সংস্থাপন লাভ নকৰিলে। যাৰ ফলত পুনৰ বহিঃৰাজ্যলৈ কৰ্ম সংস্থাপন বিচাৰি উভটিবলগীয়া হ’ল।’

‘নৱপ্ৰজন্মৰ ভৱিষ্যতক লৈ এক ডাঙৰ চিন্তা হৈছে। নিৱনুৱা সমস্যাৰ লগতে মুল্যবৃদ্ধিৰ সমস্যাইয়ো সকলোকে চিন্তাত পেলাইছে। অসমবাসী ৰাইজে যিধৰণে ৰাজ্য চৰকাৰৰ পৰা সহায় লাভ কৰিছিল সেয়া বৰ্তমানলৈকে লাভ কৰা নাই।’ গৌৰৱে পুনৰ কয়।

সকলো ৰাইজৰ কংগ্ৰেছৰ বাবে ২০২১-লৈ আশা কৰি আছে বুলি দাবী কৰি গৌৰৱে কয় ‘ৰাইজৰ মুখৰ হেৰাই যোৱা হাঁহি পুনৰ কংগ্ৰেছে ঘুৰাই আনিব।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd