• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰিগাঁও আৰক্ষীৰ অভিযান : জাগীৰোডত গ্ৰেপ্তাৰ নকল গঁড়ৰ খৰ্গৰ ব্যৱসায়ী

চানু গগৈ by চানু গগৈ
January 5, 2021 8:18 pm
index.jpgn
143
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও আৰক্ষীয়ে এক অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এজন নকল গঁড়ৰ খৰ্গৰ চোৰাং বেপাৰী।

অৱশ্যে অন্য এজন গঁড়ৰ খৰ্গৰ চোৰাং বেপাৰী পলায়ন কৰিবলৈ সক্ষম হয়।

মৰিগাঁও আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড° নন্দসিং বৰকলাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি বৃহৎ দলে যোৱা নিশা জাগীৰোডৰ ৰে’লৱে প্লেটফৰ্মৰ পৰা বিশ্বজিৎ দাস নামৰ এজন দুধৰ্ষ গড়খৰ্গ ব্যৱসায়ীক আটক কৰিবলৈ কৰে।

ইয়াৰে আনজন ছাইফুল ইছলাম নামৰ নকল গঁড়ৰ খৰ্গৰ চোৰাং বেপাৰীজন পলাই সাৰে।

ঘটনাৰ সন্দৰ্ভভ সংবাদ মাধ্যমৰ আগত জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে আজি কিছুদিনৰ পৰা ৪/৫ জনীয়া এটি গঁড়ৰ খৰ্গ ব্যৱসায়ত জড়িত লোকে এবিধ বিশেষ ৰাসায়নিক পদাৰ্থৰে খৰ্গ নিৰ্মাণ কৰি ৰাজ্যখনৰ লগতে, চুবুৰীয়া ৰাজ্যসমূহলৈ ২০-২৫ লাখ টকাত গোপনে সৰবৰাহ তথা বিক্ৰী কৰি আহিছে।

তেনে ক্ষেত্ৰতে এক গোপন সূত্ৰৰ পমখেদি সোমাৰে নিশা মৰিগাঁও আৰক্ষীৰ এটি বৃহৎ দলে অতৰ্কিত চলোৱা অভিযানত নকল গড়ৰ খৰ্গ চোৰাং ব্যৱসায়ী সৈতে জড়িত এজনক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd