• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু পঢ়ুৱৈসকলৰ সুবিধাৰ্থে গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত ৬০ টা ৱাৰ্ডৰ প্ৰতিটোতে একোটাকৈ গ্ৰন্থাগাৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2026 7:04 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

 

Apply Now

 

 

মহানগৰীৰ ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু গ্ৰন্থপ্ৰেমীসকলৰ বাবে এক অনুকূল শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত ৬০ টা ৱাৰ্ডৰ প্ৰতিটোতে একোটাকৈ নতুন গ্ৰন্থাগাৰ স্থাপনৰ পৰিকল্পনা হাতত লোৱা হৈছে। মহানগৰীত অধ্যয়ন আৰু জ্ঞান আহৰণৰ বাবে উপযুক্ত স্থানৰ অভাৱ দূৰ কৰাই হৈছে চৰকাৰৰ এই প্ৰকল্পৰ মূল উদ্দেশ্য।

 

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ (X) জৰিয়তে এই কথা সদৰী কৰি মুখ্যমন্ত্ৰী শৰ্মাই এটা বাৰ্তাত কয়, “গুৱাহাটীৰ গ্ৰন্থপ্ৰেমীসকল, আপোনালোকৰ বাবে এটা সুখবৰ আছে।” তেওঁ উল্লেখ কৰে যে প্ৰস্তাৱিত এই গ্ৰন্থাগাৰসমূহে ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু সাধাৰণ পঢ়ুৱৈসকলক অধ্যয়ন আৰু বিভিন্ন শৈক্ষিক কাম-কাজৰ বাবে এক শান্তিপূৰ্ণ তথা সুলভ পৰিৱেশ প্ৰদান কৰিব।

 

সামগ্ৰিকভাৱে গুৱাহাটীৰ শৈক্ষিক আন্তঃগাঁথনি শক্তিশালী কৰা আৰু শিক্ষা তথা অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি অধিক ৰাজহুৱা স্থান সৃষ্টি কৰাই হৈছে চৰকাৰৰ এই পদক্ষেপৰ প্ৰধান লক্ষ্য। উপযুক্ত স্থানৰ অভাৱৰ বাবে যাতে কোনো লোকৰ জ্ঞান আহৰণৰ সুযোগ বাধাগ্ৰস্ত নহয়, সেয়া নিশ্চিত কৰিবলৈকে ৰাজ্য চৰকাৰে এই গ্ৰন্থাগাৰসমূহ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ যুৱ উদ্দীপক চেতনা আৰু অসমৰ নবীন সমাজ

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ যুৱ উদ্দীপক চেতনা আৰু অসমৰ নবীন সমাজ

November 6, 2026 10:00 pm
১৬০ গৰাকী সাক্ষীৰ কোনেও লোৱা নাছিল অমৃতপ্ৰভাৰ নাম! গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

১৬০ গৰাকী সাক্ষীৰ কোনেও লোৱা নাছিল অমৃতপ্ৰভাৰ নাম! গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

November 6, 2026 9:34 pm
১১.৫ কোটি টকীয়া বজাৰগৃহ উদ্বোধনৰ পাছতো ব্যৱসায় আৰম্ভ কৰিব নোৱাৰিলে ব্যৱসায়ীয়ে! ১৩ বছৰেও সম্পূৰ্ণ নহ’ল বেলতলাৰ বজাৰৰ কাম

১১.৫ কোটি টকীয়া বজাৰগৃহ উদ্বোধনৰ পাছতো ব্যৱসায় আৰম্ভ কৰিব নোৱাৰিলে ব্যৱসায়ীয়ে! ১৩ বছৰেও সম্পূৰ্ণ নহ’ল বেলতলাৰ বজাৰৰ কাম

November 6, 2026 8:28 pm
ডিব্ৰুগড়ৰ অইল ইণ্ডিয়াৰ টেংক ফাৰ্মত ভয়ংকৰ অগ্নিকাণ্ড! এজনৰ মৃত্যু, ছয়জন গুৰুতৰভাৱে আহত

ডিব্ৰুগড়ৰ অইল ইণ্ডিয়াৰ টেংক ফাৰ্মত ভয়ংকৰ অগ্নিকাণ্ড! এজনৰ মৃত্যু, ছয়জন গুৰুতৰভাৱে আহত

November 6, 2026 7:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ যুৱ উদ্দীপক চেতনা আৰু অসমৰ নবীন সমাজ

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ যুৱ উদ্দীপক চেতনা আৰু অসমৰ নবীন সমাজ

November 6, 2026 10:00 pm
১৬০ গৰাকী সাক্ষীৰ কোনেও লোৱা নাছিল অমৃতপ্ৰভাৰ নাম! গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

১৬০ গৰাকী সাক্ষীৰ কোনেও লোৱা নাছিল অমৃতপ্ৰভাৰ নাম! গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

November 6, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd