• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী নবীন পাটনায়কক হত্যাৰ ষড়যন্ত্ৰ! এখন পত্ৰক লৈ উৰিষ্যাত উত্তেজনা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2021 11:04 am
Naveen-Patnaik

উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক হত্যাৰ ষড়যন্ত্ৰ চলিছে। মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ এগৰাকী অজ্ঞাত ব্যক্তিয়ে এই সন্দৰ্ভত সতৰ্ক কৰি দি ইংৰাজীত লিখা এখন পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনত দাবী কৰা হৈছে যে মহাৰাষ্ট্ৰৰ নাগপুৰত থকা এই ষড়যন্ত্ৰৰ মূল চক্ৰটোৱে নবীন পাটনায়কক হত্যা কৰাৰ বাবে ভেৰোণীয়া হত্যাকাৰী নিয়োগ কৰিছে।

Apply Now

সমগ্ৰ বিষয়টো সন্দৰ্ভত উৰিষ্যাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। বৃহস্পতিবাৰে ৰাজ্যখনৰ প্ৰশাসনৰ তৰফৰ পৰা এই বিষয়ে জানিবলৈ দিয়া হৈছে।

কোৱা হৈছে যে যোৱা ৫তাৰিখে উক্ত পত্ৰ পোৱাৰ পাছতেই ৰাজ্যখনৰ বিশেষ গৃহ সচিব ড০ সন্তোষ বালাক আৰক্ষী আৰু চোৰাংচোৱা বিভাগৰ ডিজি তথা ভুৱনেশ্বৰৰ আৰক্ষী আয়ুক্তক এই বিষয়ে তদন্তৰ নিৰ্দেশ দিছে।

ইপিনে, বিষয়টো পোহৰলৈ অহা পাছতেই উৰিষ্যাৰ প্ৰশাসনত তীব্ৰ চাঞ্চচল্যৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী গৰাকীৰ নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে আৰু সকলোপিনে কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে।

এই পত্ৰখন কোনে প্ৰেৰণ কৰিছে সেই বিষয়েও সন্ধান চলাই থকা হৈছে।

পত্ৰখনত উল্লেখ কৰা হৈছে নবীন পাটনায়কক হত্যা কৰাৰ বাবে নাগপুৰৰ এজন ব্যক্তিয়ে কেইবাজনো ভেৰোণীয়া হত্যাকাৰী নিয়োগ কৰিছে।

পেছাদাৰী হত্যাআৰীসকলৰ হাতত একে-৪৭ আৰু ছেমি অট’মেটিক পিষ্টলকে ধৰি অত্যাধুনিক মাৰনাস্ত্ৰ থকা বুলিও কোৱা হৈছে।

দেশৰ ভিতৰত এগৰাকী স্বচ্ছ ৰাজনীতিক তথা সুদক্ষ প্ৰশাসক হিচাপে সুনাম আছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ। প্ৰচাৰৰ পৰা আঁতৰত থাকিয়েই নীৰৱে জনসাধাৰণৰ বাবে কাম কৰি যোৱা নেতা হিচাপেও পাটনায়ক সৰ্বজনবিদিত।

এনেকুৱা এগৰাকী ব্যক্তিক হত্যাৰ চেষ্টা কৰাৰ কথা শুনি আচৰিত হৈ পৰিছে নেতাগৰাকীৰ অনুৰাগীসকল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd