• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাইলৈ কৃষক-চৰকাৰৰ মাজত পুনৰ আলোচনা, ইতিবাচক আলোচনাৰ আশা কৃষি মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 14, 2021 7:17 pm
3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

প্ৰতিনিধিত্বমূলক চিত্ৰ

2.7k
VIEWS
Share on FacebookShare on Twitter

নতুন কৃষি আইন বাতিলৰ দাবীত কৃষক সংগঠন সমূহে দিল্লীৰ সীমান্তত সাব্যস্ত কৰি থকা প্ৰতিবাদে আজি ৫০ দিনত ভৰি দিছে।

ইয়াৰ মাজতে কৃষক আৰু চৰকাৰৰ মাজৰ নৱম পৰ্যায়ৰ আলোচনাৰ স্থিতি স্পষ্ট হৈ পৰিছে। বিষয়টো নিষ্পত্তিৰ বাবে দুয়ো পক্ষই কাইলৈ পুনৰ এবাৰ মিলিত হ’ব।

এই সন্দৰ্ভত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ আজি কয় যে চৰকাৰে ১৫ জানুৱাৰিত কৃষক নেতাসকলৰ সৈতে খোলা মনৰ সৈতে আলোচনা কৰিবলৈ সাজু।

তেওঁ লগতে কয় যে শুকুৰবাৰে কৃষক সংগঠনৰ সৈতে নৱম পৰ্যায়ৰ আলোচনাত ইতিবাচক আলোচনা হোৱাৰ আশা কৰা হৈছে।

কৃষক আন্দোলনৰ অন্ত পেলাবলৈ যোৱা ৮ জানুৱাৰিত চৰকাৰ আৰু কৃষকসকলৰ মাজত অনুষ্ঠিত হোৱা অষ্টম পৰ্যায়ৰ বৈঠকতে পৰৱৰ্তী পৰ্যায়ৰ আলোচনা ১৫ জানুৱাৰিত অনুষ্ঠিত হ’ব বুলি সিদ্ধান্ত লোৱা হৈছিল।

অষ্টম পৰ্যায়ৰ বৈঠকৰ পিছত অৰ্থাৎ ১২ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে কৃষি আইন ৰূপায়নত স্থগিতাদেশ প্ৰদান কৰি কৃষক সকলৰ সৈতে বিবাদমান বিষয় সমূহ সমাধান কৰাৰ ক্ষেত্ৰত এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিল।

এই সমিতিত আছিল কৃষি অৰ্থনীতিবিদ অশোক গুলাটী, ভাৰতীয় কিষাণ য়ুনিয়নৰ অধ্যক্ষ ভুপিন্দৰ সিং মান, শ্বটকৰী সংগঠনৰ অধ্যক্ষ অনিল ঘণৱট আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠানৰ ড° প্ৰমোদ কুমাৰ যোশী।

সমিতি গঠনৰ পিছতেই চৰকাৰ আৰু কৃষকৰ আলোচনাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। প্ৰতিবাদৰত কৃষকসকলে সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিক লৈ মুঠেও সন্তুষ্ট নাছিল।

সমিতিৰ চাৰিওজন সদস্য চৰকাৰী লোক বুলি অভিযোগ তুলিছিল বিতৰ্কিত কৃষি আইন তিনিখন বাতিলৰ দাবীত দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলে।

ইফালে শেহতীয়া খবৰ অনুসৰি সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া চাৰিজনীয়া সমিতিৰ পৰা ভুপিন্দৰ সিং মানে আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ভাৰতীয় কিষাণ য়ুনিয়নৰ অধ্যক্ষ ভুপিন্দৰ সিং মানে কয় যে চাৰিজনীয়া সমিতিত মোক অন্তৰ্ভুক্ত কৰাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছো, কিন্তু কৃষকৰ হিতৰ সৈতে আপোচ নকৰো আৰু ইয়াৰ বাবে যিকোনো পদ ত্যাগ কৰিম।

Recent News

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

বিশ্বজুৰি প্ৰায় ১ কোটি ১৭ লাখ লোক পাৰ্কিনছন ৰোগত ভুগিছে ! আচলতে পাৰ্কিনছন কি, এই ৰোগৰ কাৰণ কি ?

বিশ্বজুৰি প্ৰায় ১ কোটি ১৭ লাখ লোক পাৰ্কিনছন ৰোগত ভুগিছে ! আচলতে পাৰ্কিনছন কি, এই ৰোগৰ কাৰণ কি ?

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd