• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২১ জানুৱাৰিৰ পৰা বোকাখাতত তিনিদিনীয়া কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় মেলা

উত্তম শইকীয়া by উত্তম শইকীয়া
January 15, 2021 12:52 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

191
VIEWS
Share on FacebookShare on Twitter

অহা ২১, ২২ আৰু ২৩ জানুৱাৰিত তিনিদিনীয়া কাৰ্যসূচীৰে বােকাখাতত অনুষ্ঠিত হ’ব কৃষি আৰু উদ্যান শস্যৰ এক ৰাষ্ট্ৰীয় মেলা।

৫৯৬ সংখ্যাক তিনিদিনীয়া এই ৰাষ্ট্ৰীয় মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উদ্যমী কৃষকসকলে যােগদান কৰাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভিয়েটনাম, মালয়েছিয়াকে ধৰি কেইবাখনাে দেশৰ প্রতিনিধিয়ে অংশ গ্ৰহন কৰিব।

অসম চৰকাৰৰ কৃষি, পশু পালন আৰু উদ্যান শস্য বিভাগৰ দ্বাৰা আয়োজিত এই মেলাই অসমৰ কৃষি তথা উদ্যান শস্যৰ লগত জড়িত সকলো কৃষকক উৎসাহিত কৰাৰ লগতে অসমৰ কৃষি ক্ষেত্রখনত এক অনন্য মাত্রা প্রদান কৰিবলৈ সক্ষম হব বুলি কৃষিমন্ত্ৰী অতুল বৰাই জনায়।

এই তিনিদিনীয়া প্রদর্শনীত ৰাজ্যৰ উদ্যমী কৃষক সকলে উৎপাদিত সামগ্রীৰ প্রদর্শনী কৰাৰ সুযােগ পােৱাৰ লগতে এই ক্ষেত্রত অনুষ্ঠিত হ‘বলগীয়া প্রতিযােগিতাতো অংশগ্রহণ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

কৃষি বিশেষজ্ঞ তথা কৃষি বিজ্ঞানী, কৃষি ক্ষেত্রত সফলতা লাভ কবিবলৈ সক্ষম হােৱা ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠিত প্রশিক্ষণ তথা আলোচনাচক্র সমূহতাে কৃষকসকলে অংশগ্রহণ কৰাৰ সুযােগ লাভ কৰিব।

এই ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য মেলাত অসমৰ বিভিন্ন প্রান্তৰ উঠি অহা উদ্যমী যুৱ কৃষকসকলে নিজৰ নিজৰ অনুভৱো ব্যক্ত কৰাৰ বাবে এখনি মঞ্চ লাভ কৰিব বুলি বিভাগীয় সূত্ৰত প্ৰকাশ।

কৃষি, উদ্যান শস্য, খাদ্য সংশাধন তথা পশু পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ প্রশস্ত কবিবলৈ সক্ষম হােৱা ৰাজ্যৰ সকলো লোককে এই তিনিদিনীয়া কৃষি আৰু উদ্যান শস্য মেলাত অংশগ্রহণ কৰি সমগ্র অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনাইছে কৃষি মন্ত্ৰী অতুল বৰাই।

Recent News

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd