• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাশৱিক!লিংগ পৰিৱৰ্তনেৰে ১৩ বছৰীয়া কিশোৰক কিশোৰীলৈ ৰূপান্তৰিত কৰি দীৰ্ঘদিন ধৰি গণ ধৰ্ষণ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2021 10:25 am
aa del
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাৰ নোম শিঁয়ৰি উঠা ঘটনা এটা সংঘটিত হৈছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত।

এটি ১৩ বছৰীয়া কিশোৰৰ লিংগ পৰিৱৰ্তন কৰি কিশোৰটিৰ ওপৰত যৌন নিৰ্যাতন চলাই যোৱাৰ লগতে কিশোৰটিক দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Apply Now

১৩ বছৰীয়া কিশোৰটিক দুৰ্বৃত্তৰ দলটোৱে দিল্লীৰ লক্ষ্মীনগৰ অঞ্চলৰ পৰা মাণ্ডভালি অঞ্চললৈ লৈ যাৈয় আৰু তাতেই কিশোৰটিৰ অস্ত্ৰোপচাৰ কৰি লিংগ পৰিৱৰ্তন কৰা হয়।

সৰুৰে পৰা নাচি ভালপোৱা কিশোৰটিক নাচ শিকোৱাৰ চলেৰে দুৰ্বৃত্তৰ দলটোৱে মাণ্ডাভালিলৈ নিছিল।

লিংগ পৰিৱৰ্তৰ পিছতে কিশোৰটিৰ ওপৰত দুৰ্বৃত্তৰ দলটোৱে আৰম্ভ কৰে যৌন নিৰ্যাতন।

গণ ধৰ্ষণৰ বলি হোৱা কিশোৰটিয়ে এজন বন্ধুৰ সহায়ত সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল যদিও দুৰ্বৃত্তৰ দলটোৱে কিশোৰটিক বিচাৰি আনি পুনৰ আৰম্ভ কৰি যৌন নিৰ্যাতন।

এদিন পুনৰ কিশোৰটিয়ে পলাই আহি দিল্লীৰ ৰে’ল ষ্টেছনত লুকাই থকাৰ সময়তে এজন আইনজীৱীয়ে কিশোৰটিক দেখা পাই তেওঁক উদ্ধাৰৰ ব্যৱস্থা কৰে।

কিশোৰটিৰ মুখেৰে সকলো কথা শুনাৰ পিছত লোকজনে দিল্লীৰ মহিলা আয়োগক এই বিষয়ে অৱগত কৰে।

মহিলা আয়োগৰ তৎপৰতাতে কিশোটিৰ লিংগ পৰিৱৰ্তন কৰি যৌন নিৰ্যাতন চলোৱা ৬ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

November 8, 2026 9:13 pm
১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

November 8, 2026 8:09 pm
বস্তৰত দীপাৱলী উদযাপন কৰি কাক ‘দিমাগী নক্সাল’ আখ্যা দিলে প্ৰধানমন্ত্ৰী মোডীয়ে?

বস্তৰত দীপাৱলী উদযাপন কৰি কাক ‘দিমাগী নক্সাল’ আখ্যা দিলে প্ৰধানমন্ত্ৰী মোডীয়ে?

November 8, 2026 7:36 pm
কেৱল ছুপাৰমুন নহয়, নৱেম্বৰৰ আকাশত ঘটিব আন কেইবাটাও বিৰল পৰিঘটনা! আপুনি চাবলৈ সাজুনে?

কেৱল ছুপাৰমুন নহয়, নৱেম্বৰৰ আকাশত ঘটিব আন কেইবাটাও বিৰল পৰিঘটনা! আপুনি চাবলৈ সাজুনে?

November 8, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

November 8, 2026 9:13 pm
১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

November 8, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd