• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাশৱিক!লিংগ পৰিৱৰ্তনেৰে ১৩ বছৰীয়া কিশোৰক কিশোৰীলৈ ৰূপান্তৰিত কৰি দীৰ্ঘদিন ধৰি গণ ধৰ্ষণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 16, 2021 10:25 am

1 min read

aa del
295
VIEWS
Share on FacebookShare on Twitter

গাৰ নোম শিঁয়ৰি উঠা ঘটনা এটা সংঘটিত হৈছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত।

এটি ১৩ বছৰীয়া কিশোৰৰ লিংগ পৰিৱৰ্তন কৰি কিশোৰটিৰ ওপৰত যৌন নিৰ্যাতন চলাই যোৱাৰ লগতে কিশোৰটিক দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

১৩ বছৰীয়া কিশোৰটিক দুৰ্বৃত্তৰ দলটোৱে দিল্লীৰ লক্ষ্মীনগৰ অঞ্চলৰ পৰা মাণ্ডভালি অঞ্চললৈ লৈ যাৈয় আৰু তাতেই কিশোৰটিৰ অস্ত্ৰোপচাৰ কৰি লিংগ পৰিৱৰ্তন কৰা হয়।

সৰুৰে পৰা নাচি ভালপোৱা কিশোৰটিক নাচ শিকোৱাৰ চলেৰে দুৰ্বৃত্তৰ দলটোৱে মাণ্ডাভালিলৈ নিছিল।

লিংগ পৰিৱৰ্তৰ পিছতে কিশোৰটিৰ ওপৰত দুৰ্বৃত্তৰ দলটোৱে আৰম্ভ কৰে যৌন নিৰ্যাতন।

গণ ধৰ্ষণৰ বলি হোৱা কিশোৰটিয়ে এজন বন্ধুৰ সহায়ত সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল যদিও দুৰ্বৃত্তৰ দলটোৱে কিশোৰটিক বিচাৰি আনি পুনৰ আৰম্ভ কৰি যৌন নিৰ্যাতন।

এদিন পুনৰ কিশোৰটিয়ে পলাই আহি দিল্লীৰ ৰে’ল ষ্টেছনত লুকাই থকাৰ সময়তে এজন আইনজীৱীয়ে কিশোৰটিক দেখা পাই তেওঁক উদ্ধাৰৰ ব্যৱস্থা কৰে।

কিশোৰটিৰ মুখেৰে সকলো কথা শুনাৰ পিছত লোকজনে দিল্লীৰ মহিলা আয়োগক এই বিষয়ে অৱগত কৰে।

মহিলা আয়োগৰ তৎপৰতাতে কিশোটিৰ লিংগ পৰিৱৰ্তন কৰি যৌন নিৰ্যাতন চলোৱা ৬ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd