• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কঠোৰ নিৰ্বাচন আয়োগ: নিৰ্দিষ্ট দিনত বিজ্ঞাপন দি অপৰাধ ৰাজহুৱা কৰিব লাগিব প্ৰাৰ্থীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2021 3:31 pm
INDIA-ELECTION
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু অপৰাধী প্ৰাৰ্থীৰে এতিয়া ভৰি পৰিছে ৰাজনৈতিক ক্ষেত্ৰ খন।

এনে সময়তে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে বিগত লোকসভা নিৰ্বাচনৰ সময়তে  ফৌজদাৰী গোচৰ থকা প্ৰাৰ্থীসকলক তেওঁলোকৰ গোচৰৰ তথ্য বাতৰি কাকতত বিজ্ঞাপন দি ৰাজহুৱা কৰিবলৈ কৈছিল যদিও বহু প্ৰাৰ্থীয়ে আয়োগৰ নিৰ্দেশনা সঠিক ৰূপত পালন কৰা নাই।

Apply Now

সেইবাবেই নিৰ্বাচন আয়োগে পুনৰ অপৰাধী গোচৰ থকা প্ৰাৰ্থীসকলক তেওঁলোকৰ অপৰাধৰ কথা তিনিবাৰকৈ বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰি ৰাজহুৱা কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।

ফৌজদাৰী গোচৰ থকা প্ৰাৰ্থীসকলৰ প্ৰতি অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰি এইবাৰ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে বিজ্ঞাপন প্ৰকাশৰ বাবে নিৰ্দিষ্ট সময়সীমাও বান্ধি দিছে।

পূৰ্বে ফৌজদাৰী গোচৰ থকা প্ৰাৰ্থীয়ে নিজৰ ইচ্ছামতে তেওঁলোকৰ অপৰাধৰ গোচৰ সম্পৰ্কীয় বিজ্ঞাপন পঢ়ুৱৈৰ চকুত নপৰাকৈ প্ৰকাশ কৰিছিল।

এইবাৰ তেনে প্ৰাৰ্থীয়ে আয়োগে বান্ধি দিয়া দিনৰ ভিতৰত স্পষ্ট ভাবে তেওঁলোকৰ অপৰাধ ৰাজহুৱা কৰিব লাগিব।

সেই অনুসৰি মনোনয়নপত্ৰ দাখিল কৰাৰ পৰা আৰম্ভ কৰি প্ৰচাৰৰ অন্ত পৰালৈকে ফৌজদাৰী গোচৰ থকা প্ৰাৰ্থীয়ে তিনিবাৰ টিভি অথবা বাতৰি কাকতত অপৰাধ সম্পৰ্কীয় বিজ্ঞাপন দিব লাগিব।

নতুন নিৰ্দেশনা অনুসৰি মনোনয়নপ্তৰ দাখিলৰ অন্তিম দিনৰ ৪ দিন আগলৈকে প্ৰথমটো বিজ্ঞাপন দিব লাগিব।

দ্বিতীয়টো বিজ্ঞাপন দিব লাগিব মনোনয়ন দাখিলৰ শেষৰ তাৰিখৰ পিছৰ পৰা ক্ৰমে ৫ বা ৮ দিনৰ ভিতৰত।

তৃতীয়টো বিজ্ঞাপন দিব লাগিব প্ৰচাৰৰ অন্ত পৰাৰ ৯ দিন আগত।

প্ৰাৰ্থীয়ে কেৱল বিজ্ঞাপন দিলেই নহ’ব, সেই বিষয়ে আয়োগক জনাবও লাগিব।

উল্লেখ্য বৰ্তমান  দেশৰ ৪৪৪২ গৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ চলি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd