• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

উত্তম শইকীয়া by উত্তম শইকীয়া
January 17, 2021 4:55 pm
index.jpgn
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা নাথাকিলে অসম নাথাকে৷ যাৰ বাবেই অসমত কাজিৰঙাৰ গুৰুত্ব আছে আৰু থাকিবই৷ অন্যপ্ৰাণীৰ দৰে মানুহো পৃথিবীৰ বাসিন্দা৷যাৰ বাবে আমি বন্যপ্ৰাণী সন্মান কৰা উচিত৷

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিত দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ সদস্যসকলক লৈ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰনৰ এক বিশেষ সজাগতা কাৰ্যসুচীত এই দৰে মন্তব্য কৰে গুৱাহাটী উচ্চ ন্যায়লয়ৰ ন্যায়াধীশ কটেশ্বৰ সিঙে৷

Apply Now

আজিৰ এই অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়লয়ৰ ন্যায়াধীশ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যকৰী সভাপতি কটেশ্বৰ সিং, জম্মু কাশ্মীৰ উচ্চ ন্যায়লয়ৰ ন্যায়াধীশ টাচি ৰামষ্টান্ট, আৰণ্যকৰ সচিব প্ৰধান ডঃ বিভৱ কুমাৰ তালুকদাৰ, বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱা, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ লগতে অগৰাতলিৰ কাষৰীয় ১৫ খন গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সদস্য সকল উপস্থিত থাকে৷

অসম ৰাজ্যিক আইন সেৱা প্ৰধিকৰণৰ সচিব নয়ন শংকৰ বৰুৱাই আঁত ধৰা এই অনুষ্ঠানত ন্যায়াধীশ কটেশ্বৰ সিং আৰু টাচি ৰামষ্টান্টক স্থানীয় ফলমূল, স্মাৰক আৰু অনান্য উপহাৰে আদৰণী জনোৱা হয়৷

অনুষ্ঠানত আৰণ্যকৰ সচিব প্ৰধান ডঃ বিভৱ কুমাৰ তালুকদাৰে ৰাজ্যত সংঘৰ্টিত হোৱা বন্যপ্ৰাণী অপৰাধ বিষয়ক সচিত্ৰ উপস্থাপন দাঙি ধৰে৷

কাছাৰ জিলাৰ সত্ৰ ন্যায়াধীশ ডাৰাক উল্লাহ, ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়েও ৰাজ্যৰ বন্যপ্ৰাণী অপৰাধৰ লগতে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সময়ত বন বিষয়াসকলে সন্মুখীন হোৱা সমস্যাৰ ওপৰত বক্তব্য দাঙি ধৰে৷

মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাই আলোচিত পটভুমিত আৰক্ষীৰ সমস্যাৰ বিষয়ে বক্তব্য আগবঢ়ায়৷

অনুষ্ঠানত দিয়া ভাষণত জম্মু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ টাচি ৰামষ্টান্টে মন্তব্য কৰে যে বন্যপ্ৰাণীৰ বাবে প্ৰধান সমস্যা হ’ল মানুহ৷ পৰ্যটনৰ নামত আমি বন্যপ্ৰাণীক আমনি কৰা অনুচিত৷

আজিৰ এই অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় সংগঠন ডেভিড চেফাৰ্ড ফাউণ্ডেচনৰ সহযোগত আৰণ্যকৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় ১৫ খন গাঁৱৰ গাঁওৰক্ষী বাহিনীক টৰ্চ লাইট প্ৰদান কৰা হয়৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd