• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
January 17, 2021 6:28 pm
FB_IMG_1610885972644
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৬ চনৰ নিৰ্বাচনত বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটেৰে জয়লাভ কৰি শেষতীয়াকৈ ভাস্কৰ শৰ্মাই নিজকে গোৰ্খা জাতিৰ মানুহ আৰু আগন্তুক নিৰ্বাচনত জয়ী হ’লে অসমৰ চূকে কোনে গোৰ্খা সমাজ প্ৰতিষ্ঠা কৰিব বুলি উগ্ৰ সাম্প্ৰদায়িক ভাষণ দিয়াৰ পিছতে এতিয়া তোলপাৰ লাগিছে মাৰ্ঘেৰিটাত৷

বিধায়কৰ এনে মন্তব্যৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন, জনতাৰ প্ৰতিবাদৰে মাৰ্ঘেৰিটাৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলাৰ সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শাখাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ উমানন্দ মুদৈ মৰাণে বিধায়ক ভাস্কৰ শৰ্মাক জনালে প্ৰত্যাহ্বান৷

Apply Now

এক ভিডিঅ’ বাৰ্তা যোগে উমানন্দ মৰাণে আগন্তুক বিধান সভা নিৰ্বাচনত পৰাজয় বৰণ কৰিবলৈ সাজু হ’বলৈ আহ্বান জনালে বিধায়ক ভাস্কৰ শৰ্মাক৷

বিবৃতিটোত তেওঁ কয় যে, মাৰ্ঘেৰিটা সমষ্টিত প্ৰথমবাৰৰ বাবে অপসংস্কৃতিক আদৰিলে বিধায়ক ভাস্কৰ শৰ্মাই৷ যি অসমীয়া সংস্কৃতিৰ পৰিপন্থী৷ বিগত চাৰে চাৰি বছৰে বিধায়ক ভাস্কৰ শৰ্মাই এনেবোৰ কৰ্ম কাণ্ডৰ জৰিয়তে নিজৰ জনপ্ৰিয়তাহে ৰচিলে৷

বিধায়কৰ আমদানিকৃত অপসংস্কৃতিৰ বাবে আজি মাৰ্ঘেৰিটাবাসী ৰাইজ তথা বৃহত্তৰ অসমীয়া সমাজ লজ্জিত বুলি মন্তব্য কৰি ছাত্ৰ নেতাগৰাকীয়ে লগতে কয়ে যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটেৰে জয়লাভ কৰি এতিয়া ভাস্কৰ শৰ্মাই নিজকে বিশেষ এটা সম্প্ৰদায়ৰ বুলি নিজকে প্ৰতিপন্ন কৰিব খোজাতো অতি দুৰ্ভাগ্যজনক৷

২০১৬ৰ নিৰ্বাচনত ৰাইজে ভাস্কৰ শৰ্মাক এজন অসমীয়া বুলিহে ভোট দিছিল, কোনেও তেওঁক বহিৰাগত দৃষ্টিৰে চোৱা নাছিল৷ যোৱা ৭ জানুৱাৰীত মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেলপথাৰত অনুষ্ঠিত গোৰ্খা ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ অধিবেশনত উগ্ৰ সাম্প্ৰদায়িক ভাষণ দি ভাস্কৰ শৰ্মাই নিজৰ সুবিধাবাদী চৰিত্ৰ উদঙাই দেখুৱালে বুলিও মন্তব্য কৰিছে ছাত্ৰ নেতা মৰাণে৷

বিধায়ক ভাস্কৰ শৰ্মাক অপদাৰ্থ আখ্যা দি উমানন্দ মুদৈ মৰাণে ভাস্কৰ শৰ্মাৰ মগজুৰ বিকৃতি ঘটিছে গতিকে মাৰ্ঘেৰিটাবাসী ৰাইজক এনে জনপ্ৰতিনিধিৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰি ২০২১ৰ নিৰ্বাচনত তেওঁক বিদায় দিবৰ বাবে সমষ্টিটোৰ যুৱ চামে ইতিমধ্যে কঁকালত টঙালি বান্ধি সাজু হৈছে বুলিও দাবী কৰিছে৷

মন কৰিবলগীয়া যে, গোৰ্খা ছাত্ৰ সন্থাৰ অধিবেশনত মাৰ্ঘেৰিটাৰ ঐক্য সম্প্ৰীতিত আঘাত সানি বিধায়ক ভাস্কৰ শৰ্মাই বিভেদকামী মন্তব্য কৰাক কেন্দ্ৰ কৰি সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে দল সংগঠন ৰাইজে বিধায়কক ক্ষমা খোজিবলৈ দাবী জনাই অহাৰ পিছতো কিন্তু আজি পৰ্যন্ত গা লৰা নাই বিধায়ক ভাস্কৰ শৰ্মাৰ৷

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd