• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 17, 2021 7:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ৰ নিৰ্বাচনত শাসকীয় বিজেপি আৰু প্ৰধান বিৰোধী কংগ্ৰেছলৈ আহিব পাৰে এক বৃহৎ প্ৰত্যাহ্বান।

কিয়নো ৰাইজৰ দলৰ লগতে সকলো আঞ্চলিক দলৰ সৈতে মিত্ৰতা হ’বই বুলি চুড়ান্ত ঘোষণা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

Apply Now

দেওবাৰে নুনমাটিত অসম জাতীয় পৰিষদৰ উদ্যোগত আয়োজিত শিল্পী দিৱসৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে লুৰীণজ্যোতিয়ে।

তেওঁ কয় ‘ৰাইজৰ দলকে ধৰি সকলো আঞ্চলিক ৰাজনৈতিক দলৰ লগত মিত্ৰতা হ’বই। ইয়াৰ কাৰিকৰী কাম আমি আগবঢ়াম। ইতিমধ্যে আমি এই কথা উল্লেখ কৰিছো।‘

ইপিনে, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সৈতে কোনোধৰণৰ মিত্ৰতা নহয় বুলি উল্লেখ কৰি লুৰীণে লগতে কয় ‘ৰাষ্ট্ৰীয় ৰাজনৈতিক দলকে ধৰি সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ লগতো কোনোধৰণৰ মিত্ৰতা নহয়।‘

ইপিনে, ৰাইজৰ দলৰ লগতে অন্যান্য সমভাৱাসম্পন্ন আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে অসম জাতীয় পৰিষদে নিৰ্বাচনত একেলগে অৱতীৰ্ণ হ’ব বুলি লুৰীণে ঘোষণা কৰে।

আনহাতে, আজি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই মিত্ৰতাৰ সন্দৰ্ভত লুৰীণজ্যোতি গগৈলৈ এক পত্ৰ প্ৰেৰণ কৰাক লৈ সাংবাদিকে সোধাত লুৰীণে কয় ‘মিত্ৰতা হ’ব বুলি পূৰ্বৰে পৰা কৈ থকা হৈছে, ইয়াত পত্ৰ দিয়াৰ কোনো কথা আহি নপৰে। মিত্ৰতা হ’বই মাথো কথা-বতৰা পাতি একেলগে আগবাঢ়ি যাব লাগিব। ৰাইজৰ দলৰ ৰাজনৈতিক অভিৱৰ্তনতে মিত্ৰতা হ’ব বুলি ইতিমধ্যে চুড়ান্ত হৈছে। এতিয়া প্ৰস্তাৱ বা পত্ৰৰ প্ৰশ্নই নাহে।‘

উল্লেখ কৰিব পাৰি যে, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা হ’লে নিশ্চয়কৈ বহু সমষ্টিত বিজেপি নাইবা কংগ্ৰেছৰ প্ৰাৰ্থী পৰাজিত হোৱাৰ সম্ভাৱনা প্ৰকট বুলি সচেতন মহলত চৰ্চিত হৈছে। ঠিক তেনেকৈ যদি নতুনত্বক বিশ্বাসত লৈ জাতীয়তাবাদী জনসাধাৰণ একত্ৰিত হয় তেন্তে জাতীয়তাবাদৰ চৰকাৰ হোৱাটো সু-নিশ্চিত বুলিও একাংশই দাবী তুলিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd