• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2021 12:03 pm
Aditya singh airport4
10.2k
VIEWS
Share on FacebookShare on Twitter

ৰোমাঞ্চকৰ হলীউদি চলচ্চিত্ৰৰ দৰে এই ঘটনা। লছ এঞ্জেলছৰ অ’হাৰেত ইন্টাৰনেশ্যনেল এয়াৰপ’ৰ্টত ঘটা এনে এক ঘটনাই সম্প্ৰতি পোহৰলৈ আহিছে।

তিনিমাহৰো অধিক কাল ধৰি সেই এয়াৰপ’ৰ্টৰ ভিতৰতেই বাস কৰি থাকিল কেলিফ’ৰ্ণিয়াৰ ৩৬বছৰীয়া আদিত্য সিং নামৰ এগৰাকী ব্যক্তি।

যোৱা বছৰৰ ১৯ অক্টোবৰত লছ এঞ্জেলছৰ অ’হাৰে ইন্টাৰনেশ্যনেল এয়াৰপ’ৰ্টলৈ আহিছিল এই ব্যক্তিগৰাকী। বিমানত যোৱাৰ কথা আছিল যদিও কৰ’নাৰ ভয়ত তেওঁৰ আৰু বিমান উঠা নহ’ল।

পিচে, তেওঁ উভতিও নগ’ল। কৰ’নাৰ আতংকত তিনিমাহ ধৰি এয়াৰপ’ৰ্টৰ সংৰক্ষিত অঞ্চলতেই থাকি গ’ল আদিত্য সিং।

তেওঁ জানিবলৈ দিয়ে যে টাৰ্মিনেল-৩ৰ এগৰাকী বিষয়াৰ বেজ এটা তেওঁ ভাগ্যক্ৰমে পাই যায় আৰু সেইটোৰেই এয়াৰপ’ৰ্টৰ ভিতৰত থাকিবলৈ লয়।

যোৱা ১৬ জানুৱাৰিলৈকে তেওঁ নিশ্চিন্তে থকাৰ পাছত এয়াৰপ’ৰ্টৰ দুগৰাকী কৰ্মচাৰীয়ে তেওঁক চিনাক্ত কৰে। ইয়াৰ পাছতে সকলো ঘটনা পোহৰলৈ আহে।

এয়াৰপ’ৰ্টৰ এগৰাকী কৰ্মচাৰীয়ে তেওঁৰ পৰিচয়পত্ৰ দেখুৱাবলৈ কোৱাত তেওঁ সেই বেজটো দেখুৱায়। কিন্তু সেই বেজটো দৰাচলতে এয়াৰপ’ৰ্টৰ এগৰাকী অপাৰেশ্যন মেনেজাৰৰ আছিল।

যোৱা অক্টোবৰত মেনেজাৰগৰাকীয়ে সেইটো হেৰুওৱাৰ কথা এয়াৰপ’ৰ্ট অথৰিটিক জনাইছিল যাৰ বাবে ঘটনাটো ধৰা পৰিবলৈ আৰু বেছি সময় নালাগিল।

বাতৰি অনুসৰি, আদিত্য সিং লছ এঞ্জেলছৰ এখন চহৰ লগোৱা অঞ্চলত বাস কৰে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে কোনো পূৰ্বৰ অপৰাধৰ সূত্ৰ বিচাৰি পোৱা নাই।

আদিত্য সিঙে সেই ১৯ অক্টোবৰত চিকাগো যোৱাৰ বাবে এয়াৰপ’ৰ্টলৈ আহিছিল। তেওঁৰ বিৰুদ্ধে সংৰক্ষিত অঞ্চলত অবৈধ প্ৰৱেশৰ অভিযোগ অনা হৈছে।

বাতৰি মতে, আদিত্যই এতিয়া জামিনৰ বাবে ১হাজাৰ আমেৰিকান ডলাৰ আদায় দিব লাগিব। এই টকা আদায় দিয়াৰ পাছত জামিন পালেও তেওঁক আৰু এয়াৰপ’ৰ্টত সোমাবলৈ দিয়া নহ’ব বুলি কোৱা হৈছে।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd