• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 20, 2021 1:20 pm
Jack Ma, Missing For Months, Emerges for First Ti
328
VIEWS
Share on FacebookShare on Twitter

চীনৰ চৰকাৰৰ বেংক নীতিৰ বিৰোধিতা কৰি বেইজিঙৰ ৰোষত পৰাচীনৰ ধন কুবেৰ জেক মা যোৱা বছৰৰ অক্টোৱৰ মাহৰ পৰাই সন্ধানহীন হৈ আছিল যদিও শেহতীয়াকৈ তেওঁৰ সন্ধান পোৱা গৈছে।

সন্ধানহীন হোৱাৰ পিছৰে পৰাই জেক মাক ঝি জিনপিঙৰ চৰকাৰে গৃহবন্দী কৰি ৰাখিছে বুলি বিভিন্ন মহলত আলোচনা হৈ আছিল যদিও শেহতীয়াকৈ সকলো সন্দেহৰ ওৰ পেলাই জেক মাৰ পুনৰ ৰাজহুৱা ভাবে আবিৰ্ভাৱ ঘটিছে।

চীনৰ চৰকাৰী নিউজ ৱেবছাইট ঝেজিয়াঙৰ অনলাইন নিউজ প’ৰ্টেল তিনামু নিউজে প্চাৰ কৰা বাতৰি অনুসৰি জেক মাই শেহতীয়াকৈ জেক মাই চীনৰ গাঁও অঞ্চলৰ ১০০ জন শিক্ষকৰ সৈতে বৈঠকত মিলিত হোৱাৰ এক ভিডিঅ’ প্ৰকাশ পাইছে।

ভিডিঅ’টোৱে প্ৰমাণ কৰিছে যে জেক মাক গৃহবন্দী কৰা হোৱা নাই।

উল্লেখ্য বিখ্যাত আলিবাবা কোম্পানীৰ প্ৰতিষ্ঠাতা তথা বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি চীনৰ জেক মা।

তেওঁ উদ্ভাৱন কৰা নিজৰ টেলেন্ট শ্ব’তো আনকি  সৌসিদিনালৈ তেওঁৰ উপস্থিতি দেখা পোৱা যোৱা নাছিল।।

যোৱা অক্টোবৰ মাহত চীনৰ আৰ্থিক সংস্কাৰ নিয়ামক সংস্থাৰ সমালোচনা কৰিছিল ধনকুবেৰ গৰাকীয়ে।

ইয়াৰ পাছতে বিগত প্ৰায় দুমাহ ধৰি তেওঁক ক’তো দেখা যোৱা নাছিল।

জেক মা’ই আৰম্ভ কৰা ‘আফ্ৰিকা’ছ বিজনেছ হিৰো’ নামৰ জনপ্ৰিয় অনুষ্ঠানটোত উদীয়মান আফ্ৰিকাৰ উদ্যোগীসকলৰ মাজত ব্যৱসায়িক উদ্ভাৱনি ক্ষমতাকলৈ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতা বিজয়ীক আগবঢ়োৱা হয় ১৫লাখ মাৰ্কিন ডলাৰৰ আকৰ্ষণীয় পুৰষ্কাৰ।

শ্ব’টোৰ চূড়ান্ত ৰাউণ্ডতো জেক মা’ উপস্থিত নাছিল। সেয়েহে তেওঁ  মুক্ত নে গৃহবন্দী তাক লৈয়ো আশংকাৰ সৃষ্টি হৈছিল।

ব্ৰিটিছ দৈনিক ফাইনেন্সিয়েল টাইমছৰ মতে বিচাৰকৰ পেনেলৰ ৱেবপেজৰ পৰাও চীনা ব্যৱসায়ীগৰাকীৰ ছবি অঁতৰাই দিয়া হৈছিল।

তদুপৰি, শ্ব’টোৰ প্ৰমোচনমূলক ভিডিঅ’তো তেওঁ থকা অংশটো কাটি দিয়া হৈছিল।

দেশখনৰ কেন্দ্ৰীয় বেংকৰ নীতিক সমালোচনা কৰাৰ পাছৰে পৰাই আক্ৰমণৰ লক্ষ্য হৈ পৰিছে আলিবাবা আৰু জেক মা’ৰ আন এটি প্ৰতিষ্ঠান অ্যান্ট গ্ৰুপ।

ইয়াৰ মাজতে অ্যান্ট গ্ৰুপৰ ৩৭ বিলিয়ন ডলাৰৰ আইপিঅ’ও চাংহাই ষ্টক এক্সচেঞ্জে স্থগিত কৰে। ইয়াৰ পাছৰে পৰা আৰু জেক মা’ক দেখা পোৱা যোৱা নাছিল।

Recent News

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd