• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষি আৰু উদ্যান শস্যৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ শুভাৰম্ভ: বিদেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণ

উত্তম শইকীয়া by উত্তম শইকীয়া
January 21, 2021 6:26 pm
200001

বিদেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ শুভাৰম্ভ। ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰে পুৱাৰে পৰা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত আৰম্ভ হৈছে কৃষি আৰু উদ্যান শস্যৰ এক ৰাষ্ট্ৰীয় প্ৰদৰ্শনী৷

অসম চৰকাৰৰ কৃষি,পশুপালন আৰু উদ্যান শস্য বিভাগৰ দ্বাৰা আয়োজিত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজিত এই প্ৰদৰ্শনী আজি  সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰাৰ কথা আছিল যদিও প্ৰতিকুল বতৰৰ বাবে গুৱাহাটীৰ পৰা ভাৰ্চুৱেল বাৰ্তাৰেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সকলোকে শুভেচ্ছা জনায় আৰু প্ৰদৰ্শনী উদ্বোধন কৰে ৷

Apply Now

এই উপলক্ষে প্ৰদৰ্শনী থলীতে নিৰ্মিত সুসজ্জিত মণ্ডপত আয়োজিত উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, দেৰগাওঁৰ বিধায়ক ভৱেন ভৰালী আৰু খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া উপস্থিত থাকে ৷

অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাবে অংশ গ্ৰহণ কৰে নাইজেৰিয়াৰ উচ্চায়ুক্ত আলাটিচ ইচমাইল আইঅ’মি, মংগোলীয়াৰ ৰাষ্ট্ৰদুত গনচিং গানবল্ড, ফিজিৰ বৈদেশিক সচিব নিলেশৰ’ নীল, ইন্দোনেচিয়াৰ বৈদেশিক সচিব এনী য়ুলিয়ানটি, ভিয়েটনামৰ ৰাজনৈতিক আৰু অৰ্থনীতি বিভাগৰ মুখ্যসচিব নাগুয়েন থিনাগকডাং, ঘানাৰ সচিব বেলিৱাইন চেবাচটিন , ভুটানৰ কনচ’ল জেনেৰেল ফুবচেৰিং আৰু কংগো গণৰাজ্যৰ উচ্চায়ুক্ত ৰ’চেটিম’ চিন্যামালে৷

অনুষ্ঠানত কৃষি বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যু চন্দ্ৰ ডেকাৰ উপৰিও কৃষি বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদ, কৃষি বিভাগৰ আয়ুক্ত সচিব আকাশদীপ , কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ,পশুকল্যান বিভাগৰ সচিব অশোকবৰ্মন, গোলাঘাটৰ উপায়ুক্ত বিভাশ মোডী, উদ্যান শস্য বিভাগৰ সঞ্চালক আব্দুল জেলিল, বীজ নিগমৰ সভাপতি প্ৰবীন হাজৰিকাও উপস্থিত থাকে ৷

বন্তি প্ৰজ্বলন আৰু বোকাখাতৰ হংসধ্বনি সংগীত বিদ্যালয় ছাত্ৰী সকলে পৰিবেশন কৰা সমবেত সংগীতৰ পিচতেই কৃষিমন্ত্ৰী অতুল বৰাই আদৰণী ভাষণ আৰু ভাৰ্চুয়েল বাৰ্তাৰে দিল্লীৰ পৰা কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে শুভেচ্ছা বানী প্ৰদান কৰে ৷

তিনিদিনীয়া এই ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত ২০০খনকৈ বিপণী সঁজাই তোলা হৈছে৷ আটকধুনীয়া তোৰণেৰ সঁজাইতোলা এই প্ৰদৰ্শনীত ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰাৰ লগতে চুবুৰীয়াৰাজ্যৰ কেইবাখনো বিভাগীয় বিপণীয়ে অংশগ্ৰহণ কৰিছে ৷

পৰৱৰ্তী সময়ত প্ৰদৰ্শনী প্ৰাংগনত দেশৰ বিভিন্ন প্ৰান্তৰৰ কৃষি বিশেষজ্ঞই ভাৰ্চুৱেল সংযোগেৰে অংশগ্ৰহণ কৰিব বুলিও জানিব পৰা গৈছে।

প্ৰায়৫কোটি টকাৰ বাজেটেৰে আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰদৰ্শনীৰ দ্বিতীয় দিনাৰ কাৰ্যসুচীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণন কৰিব বুলি আয়োজক সকলে জনাইছে ৷

উদ্বোধনী অনুষ্ঠানতে ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা ৰূপান্তৰ নামৰ স্মৃতিগ্ৰন্থ এখনো উন্মোচন কৰা হয় লগতে কৃষি কাৰ্যত দেখুৱা বিশেষ পাৰদৰ্শিতাৰ বাবে গোলাঘাট, মাজুলী, লক্ষীমপুৰ আৰু নলবাৰীৰ জিলাৰ একোজনকৈ কৃষকক পুৰস্কৃতও কৰাহয়৷

উদ্বোধনী অনুষ্ঠানৰ শেষত অসম চৰকাৰৰ পশু কল্যান বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ,কামৰূপ জিলা, গোলাঘাট জিলা, কাছাৰ জিলা আৰু অসম কৃষি বিশ্ববিদ্যালয়ক একোখনকৈ পশুধন সাৰথি নামৰ এম্বুলেঞ্চ প্ৰদান কৰাৰ লগতে গোলাঘাট, মাজুলী, লক্ষীমপুৰ আৰু নলবাৰীৰ একোজনকৈ কৃষকক পুৰস্কৃতও কৰা হয়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd