• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসগুপ্তক?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2021 11:02 am
Arnab-Goswami-1-750x375
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সতীৰ্থক আত্মহত্যাৰ উচটনি দিয়াৰ গোচৰত অভিযুক্ত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ বিপদ দিনক দিনে বাঢ়ি গৈছে।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা হোৱাটছ এপ চাটৰ প্ৰসংগকলৈ অৰ্ণৱ গোস্বামী সমালোচিত হৈ থকাৰ সময়তে এইবাৰ তেওঁৰেই সহযোগী  তথা BARC India ৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পাৰ্থ দাসগুপ্তাই অৰ্ণৱৰ বিৰুদ্ধে ঘটাইছে এক মহা বিস্ফোৰণ।

Apply Now

ৰিপাব্লিক টিভিৰ TRP বৃদ্ধি কৰিবলৈ অৰ্ণৱ গোস্বামীয়ে পাৰ্থ দাসগুপ্তক ১২ হাজাৰ মাৰ্কিন ডলাৰৰ লগতে ৪০ লাখ টকা দিয়াৰ কথা পাৰ্থ দাসগুপ্তাই স্বীকাৰ কৰাত এতিয়া শলঠেকত পৰিছে অৰ্ণৱ।

দাসগুপ্তাই প্ৰকাশ কৰা মতে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ বাবে অৰ্ণৱ গোস্বামীয়ে তেওঁক ১২ হাজাৰ মাৰ্কিন ড়লাৰ দিয়াৰ লগতে তিনি বছৰত ৪০ লাখ টকা দিছিল।

ইয়াৰ বিনিময়ত অৰ্ণৱে তেওঁক ৰিপাপ্লিক টিভিৰ টিআৰপি ভুৱাকৈ দেখুৱাবলৈ কৈছিল।

মুম্বাই আৰক্ষীক দিয়া এক লিখিত স্বীকাৰোক্তিত ভাৰতৰ ব্ৰড়কাষ্ট অডিয়েন্স ৰিছাৰ্চ কাউন্সিলৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে।

আৰক্ষীয়ে ইতিমধ্যে টিআৰপি কেলেংকাৰী সন্দৰ্ভত ৩,৬০০ পৃষ্ঠাৰ অভিযোগনামা আদালতত দাখিল কৰিছে।

উক্ত অভিযোগমনামাত আৰক্ষীয়ে দাসগুপ্তাৰ লগতে আন ৫৯ গৰাকী লোকৰ সাক্ষ্য সন্নিবিষ্ট কৰিছে।

সাক্ষ্য গ্ৰহণ কৰা লোকসকলৰ ভিতৰত কেবল অপাৰেটৰকে ধৰি ৰিপাব্লিক টিভিৰো একাধিক কৰ্মচাৰী আছে।

শেহতীয়া অডিট প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে যে ৰিপাব্লিক টিভিৰ লগতে টাইমছ নাও, আজ টক আদি টিভি চেনেলে কাৰচাজিৰে টিআৰপি বেছিকৈ দেখুৱাইছিল।

আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভত বাৰ্কৰ প্ৰাক্তন কাৰ্যবাহী পাৰ্থ দাসগুপ্তৰ লগতে ৰিপাব্লিক মেডিয়া নেটৱৰ্কৰ মুখ্য কাৰ্যবাহী বিকাশ কাঞ্চানদানি,বাৰ্কৰ বিষয়া ৰমিল ৰামগাৰহিয়া আদিৰ বিৰুদ্ধে আদালতত অতিৰিক্ত অভিযোগনামা দাখিল কৰিছে।

পাৰ্থ দাসগুপ্তাই প্ৰকাশ কৰা মতে ২০০৪ চনৰে পৰাই তেওঁ অৰ্ণৱ গোস্বামীক জানে।এটা সময়ত তেওঁলোকে একেলগে টাইমছ নাও চেনেলত কাম কৰিছিল।

২০১৩ চনত তেওঁ বাৰ্কত যোগদান কৰে আৰু ২০১৭ চনত অৰ্ণৱে আৰম্ভ  কৰে ।

অৰ্ণৱেই তেওঁক টিআৰপি ভুৱাকৈ দেখুৱাই ৰিপাব্লিক টিভিক দেশৰ এক নম্বৰত থকা চেনেলত পৰিণত কৰিবলৈ ধন দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd