• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 25, 2021 8:59 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস।

শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিষ্ণু কমল বৰাই ভোটাৰ দিৱসৰ উদ্বোধন কৰি এই দিৱস আয়োজন কৰাৰ মূল উদ্দেশ্য আৰু গণতান্ত্ৰিক ব্যৱস্থাত ভোটদানত অংশগ্ৰহণেৰে সুস্থ আৰু সৱল গণতন্ত্ৰ গঢ়ি তোলাৰ ওপৰত আলোকপাত কৰে।

Apply Now

জিলাখনৰ সমূহ ভোটাৰক তেওঁ ভোটদান প্ৰক্ৰিয়াত বিপুল হাৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোটাৰৰ সাক্ষৰতা আৰু অংশগ্ৰহণ বৃদ্ধিৰ বাবে শিৱসাগৰ জিলাত চলাই থকা কাৰ্যসূচী সমূহৰ ওপৰতো আলোকপাত কৰে।

ভোটদান এক মৌলিক অধিকাৰ বুলি উল্লেখ কৰি জিলা নির্বাচনী বিষয়াই এই বছৰৰ মূল বিষয়বস্তু “আমাৰ দেশৰ ভোটাৰ সকলৰ সৱলীকৰণ, জাগ্ৰত, নিৰাপদ সুনিশ্চিতকৰণ আৰু তেওঁলোকৰ ভোটাধিকাৰৰ বিষয়ে অৱগত কৰা” (Making our voters empowered, safe and informed) -ৰ ওপৰত আলোকপাত কৰে।

তেওঁ উল্লেখ কৰে যে, এই বছৰ নতুন ভোটাৰ সকলৰ বাবে e-EPIC কাৰ্ডখন ইলেকট্ৰনিক পদ্ধতিৰে উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে।

এই ব্যৱস্থা অনুসৰি আজি ২৫ জানুৱাৰিৰ পৰা ৩১ জানুৱাৰি, ২০২১ -ৰ ভিতৰত নতুনকৈ নাম সন্নিবিষ্ট হোৱা ভোটাৰসকলে নিজৰ মোবাইল নম্বৰ পঞ্জীয়নভূক্ত কৰি e-EPIC কাৰ্ডখন ডাউনলোড কৰিব পাৰিব লগতে ১ ফেব্ৰুৱাৰিৰ পৰা মোবাইল নম্বৰ নথকা ভোটাৰ সকলেও e-EPIC কাৰ্ডখন ডাউনলোড কৰিব পাৰিব বুলি জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে সদৰি কৰে।

তেওঁ লগতে উল্লেখ কৰে যে, ভাৰতৰ নিৰ্বাচন আয়োগে এই বছৰ আগন্তুক বিধান সভা নিৰ্বাচনত আশী বছৰ বয়সৰ উৰ্ধ্বৰ ভোটাৰ আৰু বিশেষভাৱে সক্ষম লোকসকলৰ সুবিধাৰ বাবে পোষ্টেল বেলট পেপাৰৰ মাধ্যমেৰে ভোটদান কৰাৰ সুবিধা আগবঢ়াইছে।

অনুষ্ঠানটি উদ্বোধন কৰি জিলা নিৰ্বাচনী বিষয়া বিষ্ণু কমল বৰাই উপস্থিত সকলোকে ভোটাৰ দিৱসৰ সংকল্প পাঠ কৰায়।

অনুষ্ঠানটিত ভোটাৰ তালিকাত নতুনকৈ নাম সন্নিবিষ্ট হোৱা ২০ গৰাকী নতুন ভোটাৰক টি-ছাৰ্ট, বেজ আৰু প্ৰশংসাপত্ৰ প্ৰদান কৰে জিলা নিৰ্বাচনী বিষয়াই।

ভোটাৰ দিৱসৰ কাৰ্যসূচীত শিৱসাগৰ নিৰ্বাচন জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ পৰা ১০ গৰাকীকৈ মুঠ ৩০ গৰাকী BLO, আৰু ৩ গৰাকীকৈ মুঠ ৯ গৰাকী AERO -ক সম্বৰ্ধনা জনোৱা হয়।

উল্লেখযোগ্য যে, ১৯৫০ চনত ভাৰতৰ নিৰ্বাচন আয়োগ গঠন হোৱা দিনটোকে বিগত ২০১১ চনৰপৰা ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে।

আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কলিতা, জিলা পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া টি জে ৰবাৰ্ট, দিখৌমুখ কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা জিলা পৰ্যায়ৰ ভোটাৰ সজাগতা (SVEEP) -ৰ নডেল বিষয়া ড০ প্ৰতিম শৰ্মা উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd