• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2021 8:29 am
760672-traffic-08-dna-750x375

প্ৰতিনিধিত্বমূলক ফটো।

433
VIEWS
Share on FacebookShare on Twitter

আঠ বছৰ পুৰণি গাডীৰ ওপৰত এইবাৰ চৰকাৰে গ্ৰীণ টেক্স বা সেউজ কৰ আৰোপ কৰিব। ফিটনেছ চাৰ্টিফিকেট দিয়াৰ সময়ত চৰকাৰে এই ধন আদায় কৰাৰ সিদ্ধান্ত লৈছে।

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা এই প্ৰস্তাৱত সেউজ সংকেত দিয়া হৈছে। প্ৰস্তাৱটো এতিয়া দিহা-পৰামৰ্শৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ পঠোৱা হ’ব।

ইয়াৰ পাছতে আনুষ্ঠানিকভাৱে সিদ্ধআন্ত গ্ৰহণ কৰা হ’ব। এইক্ষেত্ৰত আদায় কৰা ৰাজহ প্ৰদূষণ নিয়ন্ত্ৰণত ব্যৱহাৰ কৰা হ’ব বুলি মন্ত্যালয়ে জানিবলৈ দিছে।

মন্ত্ৰ্যালয়ৰ প্ৰস্তাৱ অনুসৰি আঠ বছৰৰ পুৰণি গাড়ীসমূহে অতিৰিক্ত কৰ দিব লাগিব। ৰোড টেক্সৰ ১০-১৫ শতাংশ হাৰত এই গ্ৰাণ টেক্স দিব লাগিব।

সেইদৰে ১৫ বছৰ পাছত ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লোৱাৰ সময়তো গ্ৰীণ টেক্স আদায় দিব লাগিব। বাছ আদি ৰাজহুৱা পৰিবহনৰ ক্ষেত্ৰত এই কৰৰ হাৰ কিছু কম হ’ব। তদুপৰি, যিবোৰ চহৰত প্ৰদূষণৰ মাত্ৰা অধিক তাত ৰোড টেক্লৰ ৫০শতাংশ গ্ৰীণ টেক্স আদায়ৰ প্ৰস্তাৱ লোৱা হৈছে।

আনহাতে, কি ইন্ধন আৰু কি গাড়ী ব্যৱহাৰ কৰা হৈছে তাৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰিব। ইলেকট্ৰনিক কাৰ, হাইব্ৰীড তথা বিকল্প ইন্ধন ব্যৱহাৰ কৰিলে এইক্ষেত্ৰত ৰেহাই পোৱা যাব।

ইপিনে, কৃষিৰ বাবে ব্যৱহাৰ হোৱা ট্ৰেক্টৰ, পাৱাৰ টিলাৰ ইত্যাদিক এই আইনৰ বাহিৰত ৰখা হৈছে।

যিসকলে পুৰণি গাড়ী পৰিৱেশ বান্ধৱ আৰু বৈজ্ঞানিক ধৰণে স্ক্ৰ্যাপলৈ পঠিয়াই দিয়ে তেওঁলোকক নতুন গাড়ী ক্ৰয়ৰ ক্ষেত্ৰত ৰেজিষ্ট্ৰেশ্যন মাছুল আৰু ৰোড টেক্সত ৰেহাই দিয়াৰ প্ৰস্তাৱ কৰা হৈছে।

Recent News

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd