• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

উত্তম শইকীয়া by উত্তম শইকীয়া
January 26, 2021 1:50 pm
Bokakhat republic day

ফটো: নৰ্থইষ্ট নাও।

185
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাষ্ট্ৰৰ লগতে আজি বোকাখাতৰ ৰাজহুৱা খেল পথাৰতো বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় ৷ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে ৷

অনুষ্ঠানত বোকাখাত আৰক্ষী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষা বাহিনী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে গণৰাজ্য দিৱসৰ বিশেষ কুচকাৱাজত অংশগ্ৰহণ কৰে ৷

বোকাখাতৰ সংবাদ ক্ষেত্ৰত অৰিহনা যোগোৱাৰ বাবে সাংবাদিক মহেশ আগৰৱালা, কাজিৰঙাৰ সাংবাদিক স্বপন নাথ, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, সাংস্কৃতিক ক্ষেত্ৰত বোকাখাতৰ শিল্পী বিজয় শর্মা আৰু নামটেমেৰাৰ ললিত লইং, সাহিত্য ক্ষেত্ৰত কমাৰগাওঁৰ পূৰৱী গগৈ ঢেকিয়াল ফুকন, কাজিৰঙাৰ কবি চেনীৰাম গগৈ, গড়মুৰৰ ধনীৰাম কুর্মীক সম্বৰ্দ্ধনা জনোৱা হয়।

সেইদৰে, সামাজিক ক্ষেত্ৰত মহুৰামুখৰ সুৰেণ বড়ি, বোকাখাতৰ কেশৱ চন্দ্র উপাধ্যায়, কৃষিৰ ক্ষেত্ৰত ধনশিৰিমুখৰ নবীন বৰা, বোকাখাতৰ বিকাশ ভৰালী, কুৰুৱাবাহীৰ ললিত দত্ত আৰু সুৰেন দাস, ক্ৰীড়া ক্ষেত্ৰত কমাৰগাওঁৰ সমৰ ক’লাবিদ তৰুণ কাকতি, বোকাখাতৰ নিহাল সিং ৰাজা, ৰাচেন অলম, কমাৰগাওঁৰ অভিষেক শইকীয়াক মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানতে অসম অসামৰিক সেৱা পৰীক্ষাত সুক্ষাতিৰে উত্তীর্ণ হোৱা বেদব্ৰত পেগুকো ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয় ৷

ইয়াৰ উপৰিও বোকাখাত আৰক্ষীৰ ১২ গৰাকী, কহঁৰা আৰক্ষীৰ ২ গৰাকী, কমাৰগাওঁ আৰক্ষীৰ ৪ গৰাকী, গাওঁৰক্ষী বাহিনীৰ ৩ গৰাকী আৰু কাজিৰঙাৰ গঁড় সুৰক্ষা বাহিনীৰ ১১ গৰাকী জোৱান আৰু বিষয়াক নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয় ৷

গণৰাজ্য দিৱসৰ কাৰ্যসুচীত বোকাখাতৰ নিউ হৰাইজন একাডেমি, জে ডি এছ জি মহাবিদ্যালয়, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ উপৰিও আৰ্চিতা গগৈৰ দলৰ সাংস্কৃতিক কাৰ্যসুচীৰ লগতে সঞ্জিত বৰাই বাঁহী বাদন পৰিবেশন কৰে ৷

গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আয়োজিত অনলাইন ৰচনা প্ৰতিযোগিতাৰ স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীকো আজিৰ অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয় ৷

পুৱা৫-৩০বজাৰে পৰা দেশপ্রেমমূলক গীতেৰে আৰম্ভ হোৱা গণৰাজ্য দিৱসৰ কাৰ্যসুচীত মহাত্মা গান্ধীৰ আৱক্ষ মূর্তিত মহকুমাধিপতি বিপুল দাসে পুষ্পমাল্য অপর্ণ কৰাৰ উপৰিও জে.ডি.এছ.জি মহাবিদ্যালয়ৰ প্রাক্তন প্রবক্তা গোবিন দলেই নগৰ খনত থকা শ্বহীদ কমলা মিৰি উদ্যানৰ শ্বহীদ বেদীত পুষ্পমাল্য অর্পণ কৰে।

ইয়াৰ উপৰিও বোকাখাত মহকুমা প্রশাসনৰ দ্বাৰা চিকিৎসালয়ৰ ৰোগী, অনাথ আশ্রম, বিকলাঙ্গ কেন্দ্ৰৰ ছাত্র-ছাত্রীৰ মাজত ফলমূল বিতৰণ কৰা হয়।

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd