• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পত্নীৰ ক্ৰেডিট কাৰ্ডেৰে প্ৰেমিকাৰ ট্ৰেফিক ফাইন আদায় দি ‘ফান্দ’ত পৰিল এই কীৰ্তিমান!

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2021 10:44 am
man, wife and girlfriend

প্ৰতিনিধিত্বমূলক ফটো।

249
VIEWS
Share on FacebookShare on Twitter

কোনোবাই তেওঁৰ ক্ৰেডিট কাৰ্ড হেক কৰাৰ অভিযোগ লৈ এগৰাকী মহিলাই ঢপলিয়াই আহি থানা পালে। কিন্তু ক্ৰেডিট কাৰ্ডৰ ৰহস্য উদ্ঘাটন হোৱাৰ পাছতেই চকু কপালত উঠিল।

মহিলাগৰাকীয়ে গম পালে যে অইন কোনো নহয় এই কাণ্ড কৰিছে তেওঁৰ স্বামীয়ে। তাকো নিজৰ কোনো কামৰ বাবে নহয়।

কীৰ্তিমান এই স্বামীয়ে পত্নীৰ ক্ৰেডিট কাৰ্ডেৰে ট্ৰেফিক ফাইন আদায় দিছে প্ৰেমিকাৰ।

ঘটনা অনুসৰি, মহিলাগৰাকীয়ে তেওঁৰ ক্ৰেডিট কাৰ্ডৰ চাৰ্জ সন্দৰ্ভত এটা নটিফিকেশ্যন লাভ কৰে। লগে লগে তেওঁ কাৰ্ডখন ফ্ৰীজ কৰি দিয়ে আৰু আৰক্ষীৰ ওচৰত গৈ অভিযোগ দাখিল কৰে।

মহিলাগৰাকীয়ে কাৰ্ডখন কৰ’বাত পৰি যোৱা বুলি ভাৱিছিল। ডুবাই আৰক্ষীৰ চাইবাৰ ক্ৰাইমৰ ডেপুটি ডিৰেক্টৰে জানিবলৈ দিয়ে যে মহিলাগৰাকীয়ে তেওঁৰ অভিযোগত কোনো অজ্ঞাত ব্যক্তিয়ে তেওঁৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি ট্ৰেফিক ফাইন আদায় দিছে।

তদন্তত তেওঁৰ কাৰ্ডখন হেক নোহোৱাটো ওলাই পৰে। ইয়াৰ বিপৰীতে সন্মুখলৈ আহে আন ভয়ংকৰ ৰহস্য। মহিলাগৰাকীৰ কাৰ্ডখন যিয়ে ব্যৱহাৰ কৰিছে তেওঁ আন কোনো নহয়, তেওঁৰেই স্বামীৰ প্ৰেমিকা।

আৰক্ষীয়ে জানিবলৈ দি কয়,’’ আমি পাৰ্চেজ ট্ৰেনজেকশ্যন ট্ৰেক কৰি সেই মহিলাক চিনাক্ত কৰো। তাৰপাছত জেৰাত তেওঁ কয় যে তেওঁৰ প্ৰেমিক যে এগৰাকী বিবাহিত ব্যক্তি সেয়া তেওঁ একেবাৰে জনা নাছিল।

আৰক্ষী বিষয়াগৰাকীয়ে কয়, ‘’এইটো সঁচাকৈয়ে আচৰিত ঘটনা। সেই মহিলাগৰাকীয়ে জানিবই পৰা নাছিল যে তেওঁৰ অজানিতে স্বামীয়ে তেওঁৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিছে। তেওঁৰ কাৰ্ডেৰেই প্ৰেমিকাৰ ট্ৰেফিক আইন আদায় দিছে। আনহাতে, সেই যুৱতীগৰাকীয়েও জনা নাছিল যে তেওঁৰ প্ৰেমিকা এগৰাকী বিবাহিত পুৰুষ।‘’

এতিয়া এই ঘটনাৰ পাছত কীৰ্তিমান পুৰুষগৰাকীৰ অৱস্থা মুঠেই ভাল নহয়। আশা কৰা মতেই তেওঁ এতিয়া সম্পূৰ্ণ ‘আইছ’লেশ্যন’ত আছে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd