• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টকিঅ’ অলিম্পিক অনুষ্ঠিত কৰাৰ বাবে জাপান বদ্ধপৰিকৰ : জাপানী প্ৰধান মন্ত্ৰী চুগা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2021 2:50 pm
557
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ সংক্ৰমণৰ সময়ত অলিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ বদ্ধ পৰিকৰ হৈছে জাপান চৰকাৰ।

জাপানী প্ৰধান মন্ত্ৰী য়োচিহিদে চুগাই কোভিডৰ সংক্ৰমণৰ বাবে পিছুৱাই দিবলগীয়া হোৱা অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰিব পৰাটো কোভিড মহামাৰীৰ বিৰুদ্ধে মানৱ সভ্যতাৰ এক প্ৰতীকি বিজয় হ’ব।

‘‘মই এই প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ বদ্ধপৰিকৰ…….সমগ্ৰ বিশ্বত আশা আৰু উৎসাহৰ পুনৰ প্ৰসাৰৰ বাবে অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাটো প্ৰয়োজনীয়,’’ জাপানৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে লগতে কয়।

ভাৰ্চুৱেল ৱৰ্ল্ড ইকোনোমিক ফ’ৰামত সম্বোধন কৰি চুগাই এনেদৰে নিজৰ মত ব্যক্ত কৰে।

উল্লেখযোগ্য যে, চীনৰ পৰা সমগ্ৰ বিশ্বলৈ বিয়পি পৰা কোভিড মহামাৰীৰ ভায়বহ সংক্ৰমণৰ বাবে ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিক প্ৰতিযোগিতাখন ২০২১ চনলৈ পিছুৱাই দিয়া হৈছিল।

২০২১ চনত অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতাখন অনুষ্ঠিত নহ’লে টকিঅ’ অলিম্পিক বাতিল কৰিবলগীয়া হ’ব আৰু এনেহ’লে জাপান ব্যাপক লোকচনাৰ সন্মুখিন হ’বলগীয়া হ’ব।

Recent News

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd