• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিফুৰ খাদ্য বিষক্ৰিয়া : ১ জন আক্ৰান্তৰ মৃত্যু, আক্ৰান্তৰ সংখ্যা বৃদ্ধি ১৭৫ লৈ বৃদ্ধি

নংগী তেৰাং by নংগী তেৰাং
February 3, 2021 4:13 pm
Diphu-Medical-College-Hospital-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰবি আংলং জিলাৰ ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত সংঘটিত খাদ্য বিষক্ৰিয়াৰ ফলত এজন লোকৰ মৃত্যু হৈছে।

বুধবাৰে কাংবুৰা বে’ নামৰ খাদ্য বিষক্ৰিয়াত আক্ৰান্ত লোকজন ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

Apply Now

বুধবাৰলৈ খাদ্য বিষক্ৰিয়াত আক্ৰান্ত লোকৰ সংখ্যা আৰু বৃদ্ধি পাইছে। বিভাগীয় সূত্ৰ অনুসৰি বুধবাৰলৈ আক্ৰান্তৰ সংখ্যা ১৭৫ গৰাকীলৈ বৃদ্ধি হৈছে।

ইয়াৰে ১৪৫ গৰাকী আক্ৰান্ত বৰ্তমানেও ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয় চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩০ গৰাকী আক্ৰান্তক বুধবাৰে ঘৰলৈ যাবলৈ দিয়া হৈছে।

বুধবাৰে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰাংহাঙে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উপস্থিতি হৈ খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকসকলৰ স্বাস্থ্যৰ বুজ লয়।

“চিকিৎসকসকলে আক্ৰান্তসকলক উৎকৃষ্ট স্বাস্থ্য সেৱা আগবঢ়াইছে। আক্ৰান্তসকলেও চিকিৎসকসকলক সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে। আক্ৰান্তসকলৰ চিকিৎসা বিনামূলীয়া কৰা হৈছে আৰু পৰিষদৰ তৰফৰ পৰা তেওঁলোকক কম্বল আদি বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে। ইতিমধ্যে খাদ্যৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছে। ঘটনাটোত জড়িতসকলক আইন মতে শাস্তি বিহিবলৈ নিৰ্দেশ দিয়া হৈছে।” মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখ্য যে যোৱা মংগলবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ শুভ উদ্বোধন কৰিছিল।

উক্ত শুভ উদ্বোধনী অনুষ্ঠানত বিতৰণ কৰাৰ খাদ্য ভক্ষণ কৰি শিশুসহ ১৭৫ জনৰো অধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হৈছিল।

খাদ্য বিষক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে আক্ৰান্তসকলক ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

নংগী তেৰাং

নংগী তেৰাং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd