• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাহ বাগিচাৰ ভোট লাগিবই বিজেপিক! : নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী হিমন্তৰ ‘বাম্পাৰ অফাৰ’

বিতৰণৰ বাবে আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী; নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীৰ অসমলৈ বলিছে সোঁত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 3, 2021 6:37 pm
himu hahi(1)
277
VIEWS
Share on FacebookShare on Twitter

সমাগত ২০২১ৰ নিৰ্বাচন। নিৰ্বাচনলৈ মাজত মাথো ২ মাহ বাকী।

তেনে সময়তে ন-ন হিতাধিকাৰী সৃষ্টিৰ উদ্দেশ্যে ন-ন আঁচনিৰ টোপ বিলাবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ শাসনাধীন বিজেপি চৰকাৰে।

অৰুণোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰ তথা বিপিএল কাৰ্ড থকা লোকসকলক ৮৩০ টকাকৈ মাহেকীয়া হিচাপত প্ৰদান কৰাৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীত উপস্থিত থকাৰ বাবদ ১০০ টকাকৈ দৈনিক প্ৰদানৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ঠিক সেইদৰে এইবাৰ ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ উন্নয়নৰ বাবে একো একোটা নতুন হিতাধিকাৰী সৃষ্টি কৰাৰ উদ্দেশ্যে চাহ শ্ৰমিকক ৩ হাজাৰ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

ৰাজ্যৰ ৮ লাখ চাহ শ্ৰমিকক ৩ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব বুলি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে অহা ৬ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে এই ধন প্ৰদান কৰিব বুলি ঘোষণা কৰে।

তেওঁ জনোৱা অনুসৰি খানাপাৰাত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব ধন।

ইপিনে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই ধন প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। তাৰ পাছদিনাই অৰ্থ্যাৎ ৭ ফেব্ৰুৱাৰীত বিশ্বনাথত মেডিকেল কলেজৰ আধাৰশিলা স্থাপনৰ বাবে অসমলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

নিৰ্বাচন সমাগত যিমানেই হৈছে সিমানেই বৈছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ অসমলৈ সিমানেই বৈছে সোঁত।

উল্লেখযোগ্য যে, পূৰ্বে অসম চৰকাৰে চাহ শ্ৰমিকসকলক প্ৰদান কৰিছিল ২৫০০টকাকৈ।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd