• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী মোদীৰ আহ্বানক ‘অসন্মান’ Topcem চিমেন্টৰ; টয়লেটৰ সুবিধাৰ পৰা বঞ্চিত দিব্যাংগ শিক্ষাৰ্থী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2021 7:39 pm
disabilities

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'অসন্মান'।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিসময়ত দিব্যাংগসকলৰ সুবিধাৰ্থে ৰাজহুৱা টয়লেটৰ বাবে অভিযান চলাইছে, Topcem চিমেন্টে দিব্যাংগ শিক্ষাৰ্থী তথা শিক্ষকসকলৰ অধিকাৰক সম্পূৰ্ণ অৱজ্ঞা কৰিছে।

উত্তৰ পূব ভাৰতৰ এক প্ৰধান চিমেন্টৰ ব্ৰেণ্ড Topcem চিমেন্টে যোৱা ২৮ জানুৱাৰিত ইয়াৰ চিএছআৰ কাৰ্যসূচীৰ অধীনত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত এটা টয়লেট ব্লক নিৰ্মাণ কৰিছে।

Apply Now

গুৱাহাটী লুইতৰ ৰ’টাৰী ক্লাৱৰ এক সাহায্যৰ অধীনত Topcem চিমেন্টে টয়লেট ব্লকটো নিৰ্মাণ কৰিছে।

আশ্চৰ্যজনকভাৱে, Topcem চিমেন্টে নিৰ্মাণ কৰা টয়লেট ব্লকটোত দিব্যাংগ শিক্ষাৰ্থী আৰু শিক্ষকৰ বাবে কোনো সুবিধা নাই।

এক মৰ্যাদাসম্পন্ন জীৱন যাপনক উৎসাহিত কৰাৰ এক অৱিচ্ছেদ্য লক্ষ্য হিচাপে ড্ৰিংকিং ৱাটাৰ এণ্ড ছেনিটাইজেশ্যন বিভাগে দিব্যাংগ ব্যক্তিসকলৰ বাবেও ছেনিটেশ্যনৰ  সমান তথা উপযুক্ত সুবিধা দিয়াটো নিশ্চিত কৰিব বিচাৰিছে।

আকৌ যদি কোনোবাই চৰকাৰী নিৰ্দেশনা অমান্য কৰা ধৰা পৰে, তেতিয়াহ’লে শাৰীৰিকভাৱে অক্ষম (সম সুবিধা, অধিকাৰ সুৰক্ষা আৰু সম্পূৰ্ণ অংশগ্ৰহণ) আইন, ১৯৯৫ৰ অধীনত শাস্তিৰ যোগ্য।

এগৰাকী দিব্যাংগৰ অধিকাৰ কৰ্মী তথা নেশ্যনেল চেন্টাৰ ফৰ প্ৰম’ছন অফ এমপ্লয়মেন্ট অফ ডিজেব’লড পিপুল’ৰ কাৰ্যবাহী সঞ্চালক আৰমান আলীয়ে কয় যে স্কুল, লাইব্ৰেৰী, হাস্পাতালেই হওক বা কোনো ৰাজহুৱা গৃহত বিশেষভাৱে সক্ষম ব্যক্তিসকলে টয়লেটৰ সুবিধা পোৱাৰ অধিকাৰ আছে।

‘’বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰ আইনে বিশেষভাৱে সক্ষম ব্যক্তিসকলক সকলো সুবিধা সমানেই লাভ কৰাৰটো নিশ্চিত কৰিছে,’’ বুলি উল্লেখ কৰি আলীয়ে কয় যে চৰকাৰ আৰু ব্যক্তিগত সংস্থাসমূহে ৰাইজৰ বাবে মুকলি কৰি দিয়া সেৱাত এই কথা বিবেচনা কৰা উচিত।

UNICEF ৰ যোগাযোগ বিশেষজ্ঞ পুৰ্বী মালহোত্ৰাই কয়,’’ আমি সুবিধা তথা সমানতাৰ কাৰকসমূহ মনত ৰাখি বিভিন্ন সুবিধাসমূহ সংযুক্ত কৰা উচিত।‘’

‘’ মহিলাৰ বাবে এক সুকীয়া ৰাজহুৱা ৱাছৰুম স্থাপন কৰাটো নিসন্দেহে এটা ভাল ব্যৱস্থা, কিন্তু তেনেকুৱা ব্যৱস্থা এটা বিশেষভাৱে সক্ষম ব্যক্তিসকলেও যাতে ব্যৱহাৰ কৰিব পাৰে তালৈ লক্ষ্য ৰাখি নিৰ্মাণ কৰা উচিত,’’-মালহোত্ৰাই কয়।

UNICEF য়ে গোটেই বিশ্বতে দিব্যাংগ ল’ৰা আৰু ছোৱালীৰ বাবে টয়লেটৰ সুবিধা তথা আন সুবিধাসমূহৰ বাবে অভিযান চলাই আহিছে।

Smart-Classroom

Topcem চিমেন্টে লগতে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক ব্লকৰ মাজৰ এটা শ্ৰেণীকোঠা (কোঠা নং ১২) ৰূপান্তৰিত কৰাৰ বাবেও জগৰীয়া।

কৈলাশ চন্দ্ৰ লোহিয়াৰ লোহিয়া গ্ৰুপৰ এক ব্যৱসায়িক প্ৰতিষ্ঠান Topcem চিমেন্টে আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষভাৱে সক্ষম শিক্ষাৰ্থী আৰু শিক্ষকৰ বাবে সুবিধাৰে এটা নতুন টয়লেট চৌহদ নিৰ্মাণ কৰিব পাৰিলেহেঁতেন।

ইয়াৰ পৰিৱৰ্তে Topcem চিমেন্টৰ কৰ্তৃপক্ষই ৪০ বছৰ পুৰণি আছাম টাইপৰ শ্ৰেণীকোঠাৰ ভিতৰত মাত্ৰ ছয় ফুট উচ্চতাৰ তিনিখন দেৱাল গাঠিয়ে টয়লেট ব্লকটো নিৰ্মাণ কৰে।

জানিব পৰা মতে, Topcem চিমেন্ট কৰ্তৃপক্ষ আৰু ৰটাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ সদস্যসকলে আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত টয়লেট সুবিধা নিৰ্মাণৰ কথা শিক্ষা বিভাগক জনোৱা নাছিল।

কামৰূপ মহানগৰ জিলাৰ স্কুল সমূহৰ পৰিদৰ্শক বুলি গগৈয়ে কয় যে তেওঁ নাজানে যে আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা শ্ৰেণীকোঠা এটা টয়লেটলৈকে ৰূপান্তৰ কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd