• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰক্তাক্ত দিনৰ সোঁৱৰণ; পুলুৱামা আক্ৰমণৰ দুবছৰ সম্পূৰ্ণ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2021 11:42 am
pulwama 2 years
140
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰৰ সেই ৰক্তাক্ত দিনটোত দেশে হেৰুৱাইছিল ৪০জনকৈ বীৰ সন্তানক। ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰিত কাশ্মীৰৰ পুলুৱামাত চিআৰপিএপৰ কনভয়ত চলোৱা হৈছিল ভয়ংকৰ আক্ৰমণ। শ্বহীদ হৈছিল ৪০জনকৈ জোৱান।

আত্মঘাতী বোমা আক্ৰমণকাৰীৰ গাড়ীয়ে চিআৰপিএফৰ কনভয়ত খুন্দা মাৰিছিল। এই আক্ৰমণত ৪০জন জোৱানৰ মৃত্যু হৈছিল।

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এ চাৰ্জশ্বীট দাখিল কৰে। পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদৰ নেতা মাছুদ আজাহাৰ আৰু তেওঁৰ ভাতৃ ৰৌফ আজগৰৰ নাম মূল ষড়যন্ত্ৰকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।

পুলুৱামা আক্ৰমণত ব্যৱহাৰ হোৱা আৰ ডি এক্স পাকিস্তানৰ পৰাই যে আহিছিল তাৰ প্ৰমান তদন্তকাৰী সংস্থাটোৱে দাখিল কৰিছে। সেইদৰে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ প্ৰমানো এন আই এ দাঙি ধৰিছে।

আনহাতে, ঘটনাৰ সৈতে জড়িত হোৱাটছএপ চ্যাট, মোবাইলত ৰেকৰ্ড কৰা ভিডিঅ’, কল লিষ্টকে ধৰি এন আই এৰ হাতত বহুত প্ৰমান আছিল।

এন আই এৰ ষড়যন্ত্ৰকাৰীসকলৰ তালিকাত প্ৰায় ২০ জনৰ নাম আছে। ইয়াৰ মাজত আদিল আহমেদ ডৰ, চাকিব বছিৰ মাৰগ্ৰে, মহম্মদ ইকবাল, বিলাল আহমেদ কুচে আৰু ওমৰ ফাৰুক। তদুপৰি, চাৰ্জশ্বীটত লস্কৰৰ কেইবাজনো স্থানীয় কৰ্মীৰ নামো আছে।

পুলুৱামাৰ সেই ভয়ংকৰ ঘটনাৰ আজি দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশবাসীয়ে শ্বহীদ বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছে।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd