• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভেলেন্টাইন ডে’ৰ দিনাই হাতীৰ পিঠিত উঠি বিবাহপাশত আৱদ্ধ হ’ল ৫০ৰো অধিক প্ৰেমিক-যুগল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2021 5:50 pm
V day
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ভেলেন্টাইন ডে’। আজি সমগ্ৰ বিশ্বৰ প্ৰেমিক-প্ৰেমিকাসকলৰ মাজতে উছাহৰ অফুৰন্ত ঢৌ।

প্ৰেমৰ নামত উছৰ্গিত আজিৰ এই দিনটোতে বিশ্বৰ এখন দেশত আয়োজন কৰা হয় এক বিষেশ বিবাহ অনুষ্ঠানৰ।

থাইলেণ্ডত অয়োজন কৰি অহা এই সমজুৱা বিবাহ অনুষ্ঠানত দৰা-কাইনাই হাতীৰ পিঠিত উঠি ভেলেন্টাইন ডে’ উদযাপন কৰে।

থাইলেণ্ডৰ চৌনবুৰি প্ৰদেশৰ পশ্চিম বেংককৰ নং নৌচ ট্ৰপিকেলত আয়োজন কৰা এই বিশেষ সমজুৱা বিবাহ অনুষ্ঠানত দৰা-কইনাক সুসজ্জিত হাতীৰ পিঠিত কেৱল উঠিবলৈ দিয়াই নহয়, হাতী উঠি ভ্ৰমণ কৰি থকাৰ সময়তে বিবাহিত দম্পতীক বিয়াৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

ৰয়টাৰ-এ প্ৰকাশ কৰা বাতৰি অনুসৰি এইবাৰৰ এই বিবাহ অনুষ্ঠানত ৫২ যোৰা প্ৰেমিক-প্ৰেমিকাই হাতীৰ পিঠিত উঠি ভ্ৰমণ কৰি বিবাহপাশত আৱদ্ধ হৈছে আৰু তেওঁলোকক হাতীৰ পিঠিত উঠি থকাৰ সময়তে বিবাহৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

বিবাহিত দম্পতীসকলক হাতীৰ পিঠিত উঠাই শোভাযাত্ৰাও উলিওৱা হয়।

“মই বহুদিনৰ পৰাই অপেক্ষা কৰি আছিলো যে আজিৰ দিনটোতে আমাৰ বিবাহৰ প্ৰমাণ পত্ৰত স্বাক্ষৰ কৰিম। এই কাৰ্যসূচীটো সঁচাই অনন্যসুন্দৰ।” ২৬ বৰ্ষীয় পাটিফাট পেন্থানোন নামৰ দৰাজনে কয়।

উল্লেখ্য যে নং নৌচ ট্ৰপিকেলত আয়োজন কৰা এই বিশেষ সমজুৱা বিবাহ অনুষ্ঠানত প্ৰতিবাৰে ১০০ৰো অধিক প্ৰেমিক যুগলে বিবাহপাশত আৱদ্ধ হৈ আহিছে। কিন্তু এইবাৰ কোভিড মহামাৰীৰ বাবে ৫২ যোৰা প্ৰেমিক যুগলতে এই বিবাহৰ অনুষ্ঠান সীমাৱদ্ধ ৰখা হয়।

ইফালে কঠোৰভাৱে কোভিড প্ৰটকল মানি চলি এইবাৰৰ এই অনুষ্ঠান আয়োজন কৰা হৈছে বুলি নং নৌচ ট্ৰপিকেল গাৰ্ডেনৰ পৰিচালন সঞ্চালক কাম্পন টানাছাই সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

September 19, 2025 3:37 pm
জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

September 19, 2025 3:02 pm
২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

September 19, 2025 3:37 pm
জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

September 19, 2025 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd