• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিশা ৰবীৰ গ্ৰেপ্তাৰৰ পাছতে গ্ৰেটাৰ ‘টুকইট’ সন্দর্ভত দুজন পৰিৱেশকৰ্মীলৈ দিল্লী আৰক্ষীৰ চমন জাৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2021 3:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিৱেশকৰ্মী তথা ছাত্ৰী দিশা ৰৱীক গ্ৰেপ্তাৰ কৰাৰ এদিন পাছতে গ্ৰেটা থানবাৰ্গৰ টুকইট গোচৰত দিল্লী আৰক্ষীয়ে অধিবক্তা নিকিতা জেকব আৰু এক্টিভিষ্ট শান্তনুৰ ওপৰত স্থানীয় এখন কোৰ্টৰ পৰা জামিনিবহীন গোচৰ তৰা হৈছে।

আজি দিল্লী আৰক্ষীয়ে দাবি কৰে গ্ৰেটাৰ টুকইটৰ নেপথ্যত থকা পয়েটিক জাষ্টিছ ফাউণ্ডেশ্যন নামৰ সংস্থাটোৱে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত মুম্বাইৰ নিকিতা জেকবৰ স’তে যোগাযোগ ৰাখিছিল।

Apply Now

সংস্থাটোৰ উদ্দেশ্য আছিল গণৰাজ্য দিৱসত কৃষকসকলে কৰা প্ৰতিবাদী ট্ৰেক্টৰ ৰেলীৰ উদ্দেশ্যে টুইটাৰত ব্যাপক চৰ্চাৰ সৃষ্টি কৰা।

দিল্লী আৰক্ষীৰ মতে, উক্ত সংস্থাটোৰ উদ্দেশ্য হৈছে বিচ্ছিন্নতাবাদ তথা খালিস্তান।

১১ ফেব্ৰুৱাৰীত দিল্লী চাইবাৰ চেল আৰক্ষীয়ে জেকবৰ মুম্বাইস্থিত বাসগৃহত তালাচী চলায় কিন্তু আবেলি হোৱাৰ বাবে নিকিতা জেকবক সোধা-পোচা কৰা নহ’ল।

জেকবে আৰক্ষীক সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰাৰ আশ্বাস দিছিল যদিও দিল্লী আৰক্ষীৰ এক সূত্ৰই দাবী কৰিছে যে ১১ ফেব্ৰুৱাৰীৰ পাছতে নিকিতা জেকব পলাতক অৱস্থাত আছে।

ইতিমধ্যে জেকবে বম্বে’ উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিনৰ আবেদন কৰিছে আৰু বিষয়টোৰ শুনানি মঙলবাৰে অনুষ্ঠিত হ’ব।

দিল্লী আৰক্ষীয়ে আৰোপ কৰা অভিযোগসমূহ খণ্ডন কৰি জেকবে বম্বে’ উচ্চ ন্যায়ালয়ক কয় যে বৰ্তমানলৈকে তেওঁ কোনো লিখিত অভিযোগ অথবা এফআইআৰৰ কোনো কপি লাভ কৰা নাই।

তেওঁ আৰু কয় যে ২০১৪ চনৰ পৰা বম্বে’ উচ্চ ন্যায়ালয়ত অধিবক্তাৰ কাম কৰি আহিছে আৰু ‘এক্টিংচন ৰিবেলিয়ন’ নামৰ পৰিৱেশসুৰক্ষাবাদী সংস্থাটোৰ হৈ সেৱা কৰি আহিছে।

উল্লেখযোগ্য যে কেৱল ধাৰণা আৰু আৰোপৰ বাদে দিল্লী আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেটাৰ টুকইটৰ বিষয়টোক লৈ সম্পূৰ্ণ ব্যাখ্যা আগবঢ়াব পৰা নাই আৰু দিল্লী আৰক্ষীৰ এইসমূহ পদক্ষেপক মানৱ অধিকাৰ কৰ্মী আৰু বিৰোধী ৰাজনৈতিক দলসমূহে নৰেন্দ্ৰ মোদীৰ স্বৈৰতান্ত্ৰিক শাসনক সমালোচনা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd