• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰিটিছ ৰাজপৰিয়াললৈ আগমণ ঘটিব নতুন সদস্যৰ, আনন্দৰ জোৱাৰ

অন্তঃসত্বা প্ৰিন্স হেৰীৰ পত্নী মেগান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2021 7:32 pm
254
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটেইনৰ ৰাজপুত্ৰ প্ৰিন্স হেৰীৰ পত্নী মেগান মাৰ্কলে অন্তঃসত্বা। ব্ৰিটিছ ৰাজপৰিয়ালৰ এজন মুখপাত্ৰই ভেলেণ্টাইন ডে’ৰ দিনা এই কথা ঘোষণা কৰিছে।

“আমি নিশ্চিত যে আৰ্কি ককায়েক হ’বলে ওলাইছে।” মুখপাত্ৰজনে জনায়। “ড্যুক আৰু ডাচেচ অৱ চাচেক্সে তেওঁলোকৰ দ্বিতীয় সন্তানৰ আগমণক আনন্দেৰে প্ৰত্যাশা কৰিছে।”

উল্লেখযোগ্য প্ৰিন্স হেৰী লেডী ডায়েনা আৰু  প্ৰিন্স চাৰ্লছৰ পুত্ৰ। লেডি ডায়েনাই প্ৰিন্স হেৰীক গৰ্ভধাৰণ কৰাৰ ঘোষণাও ৩৭ বছৰ পূৰ্বে ভেলেণ্টাইন ডে’ৰ দিনাই এখন বাতৰি কাকতৰ দ্বাৰা ঘোষণা কৰা হৈছিল।

ব্ৰিটেইনৰ ৰাণী কুইন এলিজাবেথ (দ্বিতীয়)ৰ নাতি প্ৰিন্স হেৰী (৩৬)য়ে ৰাজপৰিবাৰৰ দায়িত্ব এৰি বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত বাস কৰি আছে।

আনহাতে প্ৰিন্স হেৰীৰ পত্নী মেগান মাৰ্কলে (৩৯) হলিউদৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।

২০১৭ চনৰ ২৭ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হোৱা ৰাজকীয় দম্পতিটোৱে ২০১৯ চনৰ ৬ নৱেম্বৰত প্ৰথমটো সন্তান আৰ্কী হেৰিছন মাউণ্টবেটেনক জন্ম দিয়ে।

বৰ্তমানলৈকে প্ৰিন্স হেৰী আৰু মেগান মাৰ্কলেৰ সন্তান প্ৰসৱ তাৰিখ জানিব পৰা হোৱা নাই।

ব্ৰিটিছ ৰাজপ্ৰাসাদ বাকিংহাম পেলেচে তেওঁলোকৰ নতুন সদস্যৰ আগমণত উল্লাসিত হৈ পৰিছে।

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd