• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসমত চৰকাৰ নহয়, ছিণ্ডিকেট চলায় সোণোৱাল চৰকাৰে’ : ভূপেশ বাঘেল

সোণোৱাল চৰকাৰৰ পতন আৰম্ভ; অসমৰ জনতাই বিজেপি চৰকাৰৰ চতুৰালি ভালদৰে বুজি উঠিছে: বাঘেল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 18, 2021 6:39 am
IMG-20210217-WA0016
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত চৰকাৰৰ সলনি ছিণ্ডিকেট চলোৱাৰ গুৰুতৰ অভিযোগ তুলিছে চট্টিশগৰৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে।

বৃহস্পতিবাৰে হোটেল পেলেচিওত এক সংবাদমেল সম্বোধন কৰি এই গুৰুতৰ অভিযোগ তুলি বাঘেলে আৰু কয় “গৰুৰ নামত ভোট বিচাৰি বিজেপি চৰকাৰে গৰুৰ চোৰাং বেহা চলাইছে। ২০১৬ চনত বিজেপি চৰকাৰ অসমত শাসনলৈ আহিল আৰু ২০১৮ চনত বাংলাদেশত এই মাংস ২১১ শতাংশ পৰ্যন্ত বাঢ়িল। সোণোৱাল চৰকাৰে বাৰে বাৰে অবৈধ তথা গৰুৰ চোৰাং বেহা ৰোধ কৰিবলৈ ভিন্ন সময়ত বাহিৰলৈ চালান দিয়া গৰু জব্দ কৰে যদিও সেইবোৰ কোন কোন গো শালত ৰখা হৈছে তাৰ স্পষ্টীকৰণ দিয়ক।”

Apply Now

দ্বিতীয়তে সোণোৱাল চৰকাৰে কয়লা ছিণ্ডিকেট চলাই যোৱা বুলি অভিযোগ তুলি বাঘেলে লগতে কয় “অবৈধ কয়লা বিক্ৰীৰ ক্ষেত্ৰত সোণোৱাল চৰকাৰে সকলো ৰেকৰ্ড ভংগ কৰিছে। সূত্ৰ অনুসৰি ৫০০ খন ট্ৰাকৰ জৰিয়তে এই ৰমৰমীয়া বেহা চলি আছে।”

আনহাতে একেখন সংবাদমেলতে বাঘেলে নিবনুৱাসকলক সোণোৱাল চৰকাৰে ক’ত চাকৰি দিলে বুলি প্ৰশ্ন কৰি আৰু কয় “তেওঁলোকে বছৰি চাৰি লাখ ষাঠি হাজাৰ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। পাঁচ বছৰত অতি কমেও ২৩ লাখ নিবনুৱাই চাকৰি পাব লাগিছিল। সোণোৱাল চৰকাৰে কিমান নিবনুৱা যুৱকক চাকৰি দিছে সেয়া স্পষ্ট কৰক।”

ইপিনে, চাকৰি দিয়াৰ নামত প্ৰলোভন দি ৪ লাখ অসমীয়াৰ চাকৰি কাঢ়ি নিলে বুলি তেওঁ সংবাদমেলত গুৰুতৰ অভিযোগ তোলে।

ইপিনে, সোণোৱাল চৰকাৰৰ পতন আৰম্ভ বুলি দাবী কৰি বাঘেলে লগতে কয় “অসমৰ জনতাই বিজেপি চৰকাৰৰ চতুৰালি ভালদৰে বুজি উঠিছে। যোৱা ৫ বছৰে তেওঁলোকে চিন্তা কৰি আছে যে তেওঁলোকে কিয় বিজেপিক ভোট দিছিল।

“এইবাৰ জনতাই সেই ভুল নকৰে। কংগ্ৰেছে নিজৰ মিত্ৰজোঁটৰ জৰিয়তে বহুমত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে।” বাঘেলে দাবী কৰি কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am
শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am
শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd