• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ত নতুন ‘বিশাল’ সংহত চিমেন্ট প্ৰকল্পৰ প্ৰস্তাৱ Topcem চিমেন্টৰ ৫গৰাকী সঞ্চালকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2021 2:41 pm
Canis-Mines-Logo-1024x512

Canis Mines & Minerals LLPৰ ল'গ' আৰু (সোঁফালো) কৈলাশ চন্দ্ৰ লোহিয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিৱেশ বিজ্ঞানীসকলে যিসময়ত চিমেন্ট কাৰাখানাসমূহে পৰিৱেশ তথা প্ৰাকৃতিক অৱক্ষয়ত সাংঘাতিক প্ৰভাৱ পেলোৱা বুলি দাবী কৰি আহিছে, সেইসময়তে টপচেম চিমেন্টৰ পাঁচগৰাকী সঞ্চালকে মিলি মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত এটা ‘বিশাল’ সংহত চিমেন্ট প্ৰকল্প মুকলি কৰাৰ বাবে সাজু হৈছে।

কলকাতাত Canis Mines & Minerals LLP নামৰ এটা কোম্পানী পঞ্জীয়ন কৰি চূণ শিলেৰে চহকী মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংছকাইত এটা ‘বিশাল’ সংহত চিমেন্ট প্ৰকল্প নিৰ্মাণৰ বাবে প্ৰস্তাৱ দিছে।

Apply Now

Canis Mines & Minerals LLP কোম্পানীটোৰ পাঁচগৰাকী সঞ্চালক হ’ল কৈলাশ চন্দ্ৰ লোহিয়া, মহেন্দ্ৰ আগৰৱাল, নিশান্ত গাৰোদিয়া, ফোন ছিহ আৰু অমিত আগৰৱাল।

Canis Mines & Minerals LLPৰ আটাইকেইগৰাকী সঞ্চালকেই টপচেম চিমেন্ট ব্ৰেণ্ডৰ উৎপাদনকাৰী মেঘালয় চিমেন্ট লিমিটেডৰ সঞ্চালক।

টপচেম চিমেন্টৰ পাঁচগৰাকী সঞ্চালকে এক ১.৬ MTPA ক্লিংকাৰ আৰু ১.৬ MTPA চিমেন্ট উৎপাদনক্ষম বিশাল সংহত চিমেন্ট প্ৰকল্পটোৰ প্ৰস্তাৱ দিছে।

Canis Mines & Minerals LLP য়ে লগতে এশ শতাংশ বিদ্যুৎ যোগান সুনিশ্চিত কৰিবলৈ এক ২৫ মেগাৱট কেপ্টিভ পাৱাৰ প্ৰকল্প আৰু এক ৬ মেগাৱট ৱেষ্ট হিট ৰিক’ভাৰি চিষ্টেমৰো প্ৰস্তাৱ দিছে।

সূত্ৰসমূহৰ মতে, থাংছকাইত হ’বলগীয়া নতুন বিশাল সংহত চিমেন্ট প্ৰকল্পটোত ব্যয় হ’ব ৯৭০ কোটি টকা।

Canis Mines & Minerals LLP যোৱা ২০১৯ৰ ৬ জুনত কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ত পঞ্জীয়ন কৰা হয়। প্ৰথমতে ২০০৭চনৰ ৬ আগষ্টত কোম্পানীটো Canis Mines & Minerals Private Ltd হিচাপে পঞ্জীয়ন কৰা হৈছিল যদিও পাছত ২০১৯ৰ জুনত ইয়াক LLPলৈ সলনি কৰা হয়।

নৰ্থইষ্ট নাওৱে গুগল আৰ্থ কোৰ্ডিনেটছত (Latitude: 25°11’ 56.19” N to 25°12’19.29” N and Longitude: 92°22’ 24.0” E to 92°23’ 18.91” E) প্ৰত্যক্ষ কৰি দেখা পায় যে নতুন প্ৰকল্পটো পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংছকাইত থকা টপচেম চিমেন্টৰ প্ৰকল্পটোৰ পৰৱৰ্তী স্থানতে হ’ব।

সূত্ৰসমূহে কয় নতুন সংহত চিমেন্ট প্ৰকল্পটো ৪৯.৩৯ হেক্টৰ এক ভূমিত স্থাপন কৰা হ’ব আৰু ইতিমধ্যে দখলত ৰখা হৈছে আৰু লীজত লোৱা হৈছে।

Canis Mines & Minerals LLP ৰ বিষয়াসকলে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ পৰা এই বিশাল সংহত চিমেন্ট প্ৰকল্পটোৰ বাবে যাৱতীয় অনুমোদন লাভৰ কামত লাগি আছে।

সূত্ৰসমূহৰ মতে, Canis Mines & Minerals LLPৰ সঞ্চালক পাঁচগৰাকীয়ে উত্তৰ পূব ভাৰতৰ অতি উচ্চ প্ৰতিযোগিতামূলক চিমেন্টৰ বজাৰত নিজৰ স্থিতি দৃঢ় কৰি তুলিবলৈ থাংছকাইতৰ এই বিশাল সংহত চিমেন্ট প্ৰকল্পটো ৰূপায়ন কৰিবলৈ যুদ্ধকালীনভাৱে লাগি আছে।

জানিব পৰা মতে, নতুন সংহত চিমেন্ট প্ৰকল্প Canis Mines & Minerals LLPৰ আটাইতকৈ প্ৰভাৱশালী প্ৰম’টাৰ কৈলাশ চন্দ্ৰ লোহিয়াই মেনেজাৰসকলক পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অনুমোদনৰ দুবছৰতকৈয়ো কম সময়ৰ ভিতৰতে প্ৰকল্পটো স্থাপন কৰিবলৈ কৈছে।

সূত্ৰসমূহে জানিবলৈ দিয়া মতে, কৈলাশ চন্দ্ৰ লোহিয়াই লগতে বিশাল সংহত চিমেন্ট প্ৰকল্পটো সম্পূৰ্ণ যন্ত্ৰ নিৰ্ভৰ কৰি তোলাত গুৰুত্ব দিয়াৰ লগতে মাত্ৰ ১৮০ৰ পৰা ২০০ কৰ্মচাৰীক নিয়োগ কৰিব বিচাৰিছে।

নেৰানেপেৰা চেষ্টা সত্ত্বেও মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ থাংছকাইৰ প্ৰস্তাৱিত বিশাল সংহত চিমেন্ট প্ৰকল্পটো সম্পৰ্কত মন্তব্য ল’বলৈ কৈলাশ চন্দ্ৰ লোহিয়াক পোৱা নগ’ল।

আনকি কোম্পানীটোৰ পাঁচগৰাকী সঞ্চালকে প্ৰম’ট কৰা নতুন বিশাল সংহত চিমেন্ট প্ৰকল্পটো সম্পৰ্কে টপচেম চিমেন্টৰ জ্যেষ্ঠ বিষয়াসকলেও সম্পূৰ্ণভাৱে মুখ বন্ধ ৰাখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd