• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৃথিৱীৰ আটাইতকৈ নিঃসংগ মানুহ! কেৰিয়াৰৰ কঠিন সময়ৰ বিষয়ে অনুভৱ ব্যক্ত কৰিলে বিৰাট কোহলীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2021 4:02 pm
172
VIEWS
Share on FacebookShare on Twitter

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ মাৰ্ক নিকলাছৰ স’তে হোৱা এক সাক্ষাৎকাৰত ব্যক্তিগত বহুতো কথা অৱগত কৰে।

সম্প্ৰতি ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাটোত ব্যস্ত থকা কোহলীৰ বেটৰ পৰা কোনোধৰণৰ বিশেষ ইনিংছ ক্ৰিকেট অনুৰাগীসকলে লাভ কৰা নাই।

ইংলেণ্ডৰ বিৰুদ্ধে ২০১৪ চনৰ পাঁচখনীয়া টেষ্ট শৃংখলাটোতো কোহলী চূড়ান্ত ব্যৰ্থ হৈছিল আৰু এই শৃংখলাটোৰ বিষয়ে স্মৰণ কৰি কোহলীয়ে এই সময়খিনিক তেওঁৰ কেৰিয়াৰৰ সংকটজনক তথা গুৰুত্বপূৰ্ণ সময় হিচাপে অভিহিত কৰিছে।

কোহলীয়ে কয় যে সেই সময়খিনিত তেওঁ ডিপ্ৰেচনত ভুগিছিল আৰু নিজকে ‘পৃথিৱীৰ আটাইতকৈ  নিঃসংগ ব্যক্তি’ যেন অনুভৱ কৰিছিল।

“যেতিয়া আপুনি পুৱা শুই উঠি গম পাইযে আপুনি কোনোধৰণৰ ভাল ৰাণ কৰিবলে সক্ষম নহয়, সেই অনুভৱসমূহ অতি কঠিন।” কোহলীয়ে কয়।

উল্লেখযোগ্য যে নিজৰ ক্ৰিকেট জীৱনৰ আটাইতকৈ কঠিন সময় হিচাপে অভিহিত কৰা উক্ত টেষ্ট শৃংখলাটোত কোহলীৰ বয়স আছিল ২৫ বছৰ।

পাঁচখনীয়া টেষ্টমেচৰ শৃংখলাটোত কোহলীয়ে ১০টা ইনিংছত সংগ্ৰহ কৰিছিল- ১, ৮, ২৫, ০, ৩৯, ২৮, ০, ৭ আৰু ২০।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd