• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাহুল গান্ধী অসমলৈ এবাৰ আহোঁতে খৰচৰ চিন্তা কৰা মন্ত্ৰী হিমন্তৰ প্ৰধানমন্ত্ৰীৰ ৩ বাৰকৈ অসম ভ্ৰমণক লৈ উত্তৰ হ’ব কি?

মন্ত্ৰী শৰ্মাৰ হিচাপ অনুসৰি মোদীৰ তিনিবাৰকৈ অসম ভ্ৰমণৰ বাবদ হোৱা বিমানৰ খৰচ ১ কোটিৰো অধিক!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 22, 2021 7:08 pm
Himanta-Modi1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৪ ফেব্ৰুৱাৰিত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী অসম ভ্ৰমণক কেন্দ্ৰ কৰি হোৱা খৰচক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছিল।

তেওঁ কৈছিল ‘দিল্লীৰ পৰা ফ্লাইটত যোৰহাটলৈ, যোৰহাটৰ পৰা শিৱসাগৰলৈ হেলিকপ্তাৰত আকৌ ঘূৰি যাব, সকলো মিলি ৩৫ লাখতকৈ অধিক ধন খৰচ হৈছে। কিন্তু তাৰ ৰিজাল্টটো হৈছে কেৱল ১৫ হাজাৰ জনসাধাৰণ।‘

Apply Now

কিন্তু এতিয়া প্ৰশ্ন হৈছে, মাটিৰ পট্টা প্ৰদানৰ পৰা আৰম্ভ কৰি মেডিকেল কলেজ, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিলান্যাস বা উদ্বোধনৰ অচিলাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে এমাহত তিনিবাৰকৈ অসমলৈ অহা প্ৰধান মন্ত্ৰীৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ হ’ব কি?

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত দেখুওৱা হিচাপ মতেই যদি চোৱা যায় বা অসম ভ্ৰমণৰ সময়ত  ফ্লাইট, হেলিকপ্তাৰত এবাৰ অহা-যোৱা কৰা খৰচ ৩৫ লাখো যদি ধৰা হয় তেন্তে তিনিবাৰকৈ অসম ভ্ৰমণত মোদীৰ বিমান-হেলিকপ্তাৰৰ খৰচ এক কোটি পঞ্চাছ হাজাৰ টকা।

কিন্তু ইয়াক লৈ একেবাৰে চিন্তিত নহয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাহুল গান্ধীৰ ক্ষেত্ৰত তেওঁ যিদৰে সংবাদ মাধ্যমৰ আগত হিচাপ দাখিল কৰি চিন্তিত হৈছিল কিন্তু মোদীৰ আগমণৰ ক্ষেত্ৰত হোৱা ব্যয়ক লৈ মুঠেও চিন্তিত হোৱা দেখিবলৈ পোৱা নাযায় মন্ত্ৰীগৰাকীক।

ঠিক সেইদৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ দুবাৰকৈ অসম ভ্ৰমণৰ ক্ষেত্ৰতো প্ৰায় ১ কোটি টকাই ব্যয় হোৱা বুলি মন্ত্ৰীয়ে দিয়া হিচাপ অনুসৰি ক’ব পৰা যায়।

চৰকাৰী অনুষ্ঠানৰ অচিলাৰে নিৰ্বাচনী প্ৰচাৰ চলাই দাতিকাষৰীয়া জিলাৰ পৰা সাধাৰণ লোকক মোদীৰ জনসভালৈ নিয়া হয় বুলি বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে অভিযোগ কৰি আহিছে।

ইপিনে, ৰাহুল গান্ধীৰ অসম ভ্ৰমণক লৈ হোৱা খৰচক লৈ চিন্তিত হিমন্ত বিশ্ব শৰ্মাক উভটি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

ৰিপুন বৰাই এই সন্দৰ্ভত কয়, ‘ৰাহুল গান্ধী অসমলৈ আহোঁতে যদি ধন খৰচ হৈছে তেন্তে সেয়া কংগ্ৰেছ দলৰহে হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ পকেটৰ পৰা খৰচ হোৱা নাই নহয়। মোদীৰ অসম ভ্ৰমণক লৈ হোৱা খৰচত তেওঁলোকৰ অলপো গাত নালাগে, কিয়নো তেওঁলোকে খৰচ কৰা ধন দলৰ নহয়। তেওঁলোকে খৰচ কৰা ধন চিণ্ডিকেটৰ পৰা অহা। বিজেপিৰ চিণ্ডিকেট কৰিবলৈ এতিয়া বাকী নাই, সেয়েহে তেওঁলোকৰ ধন খৰচ কৰিবলৈ গাত নালাগে। কালি-পৰহিৰ পৰা আকৌ ক’ত ক’ত নতুন চিণ্ডিকেট আৰম্ভ কৰে সেয়া চাব লাগিব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd