• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী প্ৰেছ ক্লাৱৰ বিৰুদ্ধে লতাশিল আৰক্ষী থানাত কিয় গোচৰ ৰুজু কৰিলে বিশ্বজিৎ নাথে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 23, 2021 6:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী প্ৰেছ ক্লাৱৰ বিৰুদ্ধে গোচৰ তৰিলে গুৱাহাটীৰ ভেটাপাৰাৰ এজন লোকে।

গুৱাহাটী প্ৰেছ ক্লাৱৰ সমিতিয়ে আলফা(স্বা)ৰ সংবাদমেল আয়োজনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ তুলি বিশ্বজিৎ নাথে লতাশিল থানাত এক গোচৰ ৰুজ কৰে৷

Apply Now

গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে বুলি তেওঁ জনায়।

গোচৰ ৰুজু কৰি আহি নাথে সংবাদ মাধ্যমৰ আগত কয় ‘বেআইনা প্ৰতিৰোধী আইন ১৯৬৭ অনুসৰি কোনো নিষিদ্ধ ঘোষিত সংগঠনৰ মুৰব্বীৰ বক্তব্য কোনো সংবাদ মাধ্যমে গ্ৰহণ কৰাটো আইনমতে দণ্ডনীয়৷ তেনেস্থলত গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াই যোৱা ২১ ফেব্ৰুৱাৰিত আলফা(স্বা)ৰ হৈ টেলিফোনিক কনভাৰ্চেশ্যন শুনোৱাৰ বাবে কেনেকৈ পদক্ষেপ ল’লে?

নাথে এজাহাৰত উল্লেখ কৰা অনুসৰি, ‘গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ নাথ আৰু সম্পাদক সঞ্জয় ৰয়ে আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সেই ভাৰ্চুৱেল সংবাদমেলখনৰ আয়োজন কৰি প্ৰেছ ক্লাবৰ সভা গৃহত বৰুৱাৰ ভিডিঅ’ ক’লৰ অপেক্ষা কৰি বহি থকা বিভিন্ন দৃশ্য শ্ৰাব্য মাধ্যমত দেখিবলৈ পোৱা গৈছিল৷’

ইপিনে, গুৱাহাটী প্ৰেছ ক্লাৱ কতৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে নাথে অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক দাবী জনায়।

উল্লেখ্য যে, ২১ ফেব্ৰুৱাৰীত কুইপ’ৰ দুই অপহৃত বিষয়াৰ শেহতীয়া স্থিতিৰ সন্দৰ্ভত মন্তব্য কৰাৰ বাবে পোন প্ৰথমবাৰৰ বাবে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জড়িয়তে সংবাদমেলৰ আয়োজন কৰিছিল আলফা(স্বা)এ ৷ কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীৰ হস্তক্ষেপত বা অন্যান্য আইনগত দিশৰ প্ৰতি লক্ষ্য ৰাখি উক্ত সংবাদমেল অনুষ্ঠিত কৰাৰ পৰা বিৰত আছিল গুৱাহাটী প্ৰেছ ক্লাৱ কতৃপক্ষ ৷

তাৰ বিপৰীতে অনানুষ্ঠানিকভাৱে এগৰাকী সাংবাদিকলৈ আলফাৰ সেনাধক্ষ্যই ফোন কৰিছিল তেওঁৰ বক্তব্যখিনি অৱগত কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd