• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষক আন্দোলন : কাৰাগাৰত আৰক্ষীয়ে শাৰিৰীক অত্যাচাৰ চলোৱাৰ অভিযোগ কাৰাবন্দী নদীপ কৌৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2021 11:05 am
196
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনবিৰোধী আন্দোলনত যোগ দি কাৰাবান্দী থকা শ্ৰমিক নেতা নদীপ কৌৰে কাৰাগাৰত পুলিচে অত্যাচাৰ কৰা বুলি অভিযোগ কৰিছে।

পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদনপত্ৰত ২৩ বছৰীয়া যুৱতীগৰাকীয়ে কয় যে যোৱা মাহত শনিপট আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতে শাৰিৰীক অত্যাচাৰ চলাইছিল।

পঞ্জাৱৰ মুক্টচাৰ জিলাৰ বাসিন্দা নদীপ কৌৰে কাৰাগাৰত তেওঁৰ চিকিৎসা পৰীক্ষাও কৰা হোৱা নাছিল বুলি অভিযোগ কৰে, যিটো ক্ৰিমিনেল প্ৰ’চিডিউৰ এক্টৰ অনুসৰি বেআইনী।

বৰ্তমান তেওঁ হাৰিয়ানাৰ কাৰ্ণাল কাৰাগাৰত কাৰাবন্দী হৈ আছে।

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে সোমবাৰে জামিন আবেদনৰ শুনানী ২৪ ফেব্ৰুৱাৰীলৈকে স্থগিত ৰাখিছিল।

আবেদনখনত তেওঁ কৈছে যে তেওঁক ইণ্ডিয়ান পেনেল কোডৰ ৩০৭ ধাৰাকে একাধিক মিছা অভিযোগত কাৰাবান্দী হৈ আছে।

আবেদনপত্ৰখনত এই কথাও নদীপ কৌৰে উল্লেখ কৰিছে যে আন্দোলনটো তীব্ৰতৰ কৰি তোলাত তেওঁ সফল হোৱা বাবেই আৰক্ষীয়ে নানা মিছা অভিযোগত সাঙুৰি লৈছে।

উল্লেখযোগ্য যে ‘মজদুৰ অধিকাৰ সংগঠন’ৰ এগৰাকী সদস্য হিচাপে কৌৰে হাৰিয়ানাৰ কুণ্ডলী আৰু শণিপট জিলাত আন্দোলনৰ গুৰি ধৰিছিল।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd